• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীয়ে পাহৰিলেও নিজে আধাৰশিলা পতা বগীবিল দলং চুই চালেহি অশীতিপৰ দেৱেগৌড়াই

দেশৰ ১১সংখ্যক প্ৰধান মন্ত্ৰীৰূপে ’৯৭ৰ ২২ জানুৱাৰিত ধেমাজিৰ কলাজলত দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল দেৱেগৌড়াই।

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2019 6:11 pm
Former PM HD Devegowda visits Bogibeel bridge in Assam

বগীবিল দলঙত প্ৰাক্তন প্ৰধান মন্ত্ৰী দেৱেগৌড়া। ছবি সৌজন্য-- টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বগীবিল দলঙৰ কৃতিত্ব লোৱাৰ দৌৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী তথা শাসকীয় বিজেপি দলে নাম ল’বলৈ পাহৰি গ’লেও মঙলবাৰে নিজে আহি চালেহি সেতুখন অনুমোদন কৰা প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ্চ দি দেৱেগৌড়াই।

নিজে আধাৰশিলা পতা দেশৰ দীৰ্ঘতম ৰে’ল আৰু পথ দলংখন পৰিদৰ্শন কৰি স্মৃতিকাতৰ হৈ পৰে দেশৰ একালৰ প্ৰধান মন্ত্ৰী তথা কৰ্নাটকৰ শাসনাধীন জনতা দল (চেকুলাৰ)ৰ মুৰব্বীজন।

Apply Now

“বগীবিল দলং দেখি মই বৰ নষ্টালজিক হৈ পৰিছো। কাৰণ ২২ বছৰ আগতে ময়ে দলংখনৰ আধাৰশিলা স্থাপন কৰিছিলো, কিন্তু উদ্বোধনী অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰা নহ’ল। মই আজি সুখী কাৰণ মোৰ সপোন পূৰা হোৱা মই দেখা পালো,” নৰ্থ ইষ্ট নাও-ক জনায় দেৱেগৌড়াই।

মোদীৰ দলং-উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ নজনোৱাৰ বাবে পূৰ্বেও প্ৰকাৰান্তৰে আক্ষেপ প্ৰকাশ কৰা প্ৰাক্তন প্ৰধান মন্ত্ৰীজনে টুইটাৰযোগে বগীবিলৰ ছবি ৰাজহুৱা কৰিছে।

“প্রধান মন্ত্রীৰ কাৰ্য্যকালৰ সময়ত অনুমোদিত দেশৰ দীর্ঘতম পথ-ৰে’ল সেতু অসমৰ বগীবিল সেতু, ডিব্ৰুগড়, অসমলৈ গৈছিলো,” মঙলবাৰে আবেলি দেৱেগৌড়াৰ টুইট।

ನಾನು ಪ್ರಧಾನಿಯಾಗಿದ್ದ ಅವಧಿಯಲ್ಲಿ ಅನುಮೋದನೆ ನೀಡಿದ್ದ ದೇಶದ ಅತ್ಯಂತ ಉದ್ದದ ರಸ್ತೆ-ರೈಲು ಸೇತುವೆಯಾದ ಅಸ್ಸಾಂನ ದಿಬ್ರೂಗಢದ ಬೋಗಿಬಿಲ್ ಬ್ರಿಡ್ಜ್ ಗೆ ಭೇಟಿ‌ ನೀಡಿದೆ. pic.twitter.com/8FyFbzhxA7

— H D Devegowda (@H_D_Devegowda) February 19, 2019

দেশৰ ১১সংখ্যক প্ৰধান মন্ত্ৰীৰূপে (১ জুন, ১৯৯৬—২১ এ’প্ৰিল, ১৯৯৭ চন) ’৯৭ৰ ২২ জানুৱাৰিত ধেমাজিৰ কলাজলত দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল দেৱেগৌড়াই। ২০০২ চনত তদানীন্তন এন ডি এ’ চৰকাৰৰ প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ডিব্ৰুগড়ত একেখন দলঙৰে পুনৰ আধাৰশিলা স্থাপন কৰিছিল।

প্ৰধান মন্ত্ৰী দেৱেগৌড়াৰ হস্তক্ষেপতে ১৯৯৬ চনত তেতিয়াৰ ৰে’ল মন্ত্ৰী ৰামবিলাস পাচোৱানে বাজেটত লৈছিল বগীবিল দলঙৰ প্ৰস্তাৱ।

লগতে পঢ়ক– বগীবিল দলং: বীৰেন বৈশ্যলৈ মনত নপৰিল মোদীৰ

লোকসভাত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডাঃ অৰুণ শৰ্মা, কেশৱ মহন্ত, মুহিৰাম শইকীয়া আৰু প্ৰবীন শৰ্মা, ৰাজ্যসভাত পৰাগধৰ চলিহা— এই কেউগৰাকী অগপ সাংসদে দলংখনৰ বাবে দাবী উত্থাপন কৰিছিল।

বীৰেন বৈশ্য দেৱেগৌড়া চৰকাৰৰ তীখা মন্ত্ৰী আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd