• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰ্ণবাদী বিডেনৰ ডেম’ক্ৰেটিক পাৰ্টি; অভিযোগ তুলি দল এৰিলে ৰাষ্ট্ৰপতি পদৰ প্ৰথম হিন্দু প্ৰাৰ্থী তুলসীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2022 1:38 pm
ৰাষ্ট্রপতি জো বিডেনৰ সৈতে তুলসী গাবাৰ্ড।

ৰাষ্ট্রপতি জো বিডেনৰ সৈতে তুলসী গাবাৰ্ড।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Tulsi Gabbard leaves Democratic Party ডেম’ক্ৰেটিক পাৰ্টিৰ ২০ বছৰ পুৰণি সদস্য তুলসী গাবাৰ্ডে জো বিডেন চৰকাৰক সমালোচনা কৰি দল ত্যাগ কৰিছে। তুলসী আছিল ২০২০ চনত বিডেনৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰা প্ৰথম হিন্দু-আমেৰিকান। অৱশ্যে শেষত তেওঁ প্ৰতিদ্বন্দ্বিতাত পিছ পৰি ৰয়।

দল এৰি যোৱাৰ পূৰ্বে তুলসীয়ে দলৰ সহকৰ্মী বিডেনৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। তেওঁ দাবী কৰিছে যে বৰ্তমানৰ চৰকাৰে বৰ্ণৰ ভিত্তিত কাম কৰে। শ্বেতাংগ বিৰোধী বিক্ষোভ, প্ৰতিবাদত ইন্ধন যোগায়।

তুলসীয়ে বিডেন চৰকাৰক ধনী আৰু অভিজাত সমাজৰ দ্বাৰা পৰিচালিত এখন যুদ্ধবাজ চৰকাৰ বুলিও অভিহিত কৰিছে। তেওঁ কয় যে যদি আমেৰিকাত এই চৰকাৰ থাকে তেন্তে ই শীঘ্ৰেই দেশখনক পাৰমাণৱিক যুদ্ধৰ দিশে লৈ যাব।

Apply Now
তুলসী গাবাৰ্ড।

তুলসীয়ে প্ৰায় আধা ঘণ্টাজোৰা এটা ভিডিঅ’ পোষ্টত তুলসীয়ে তেওঁ কিয় দলটোৰ সৈতে তেওঁৰ ২০ বছৰীয়া সম্পৰ্ক ছিন্ন কৰিলে সেয়া বৰ্ণনা কৰিছে। তেওঁ কয়,’’ তেওঁ এই ডেমক্ৰেটিক পাৰ্টিটোক চিনি নাপায়। কিয়নো এই দলটো এতিয়া এদল যুদ্ধবাজ, কাপুৰুষ আৰু ক্ষমতাশালী লোকৰ মাজত সোমাই পৰিছে। যিসকলে প্ৰতি মুহূৰ্তত আমেৰিকান নাগৰিকৰ মাজত বৰ্ণগত বিভাজন সৃষ্টি কৰি আছে।‘’

তেওঁ কয়, ‘’ই আমেৰিকাৰ সাধাৰণ নাগৰিকৰ স্বাধীনতা ধ্বংস কৰি আছে। তেওঁলোকে আমেৰিকান লোকসকলৰ ইশ্বৰ বিশ্বাস বা ধৰ্মৰ বিষয়ে চিন্তা নকৰে। তেওঁলোকে আৰক্ষীক অপ্ৰয়োজনীয়ভাৱে ভাবুকিৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে আৰু একে সময়তে পৰোক্ষভাৱে অপৰাধীসকলক সমৰ্থন কৰে।”

I can no longer remain in today’s Democratic Party that is now under the complete control of an elitist cabal of warmongers driven by cowardly wokeness, who divide us by racializing every issue & stoke anti-white racism, actively work to undermine our God-given freedoms, are… pic.twitter.com/oAuTnxZldf

— Tulsi Gabbard 🌺 (@TulsiGabbard) October 11, 2022

ডেম’ক্ৰেটিক পাৰ্টি আৰু ইয়াৰ দ্বাৰা সমৰ্থিত চৰকাৰক আক্ৰমণ কৰি তুলসীয়ে কয়, ‘’এইখন সাধাৰণ মানুহৰ চৰকাৰ নহয়। এই দলটো আৰু তেওঁলোকৰ চৰকাৰ ক্ষমতাশালী অভিজাত সকলৰ দ্বাৰা নিয়ন্ত্ৰণ হয়।‘’

উল্লেখ্য যে তুলসীয়ে আগতে বাৰাক অ’বামা চৰকাৰৰ বিৰুদ্ধেও মাত মাতিছিল। তেওঁ অভিযোগ কৰিছিল, অ’বামা চৰকাৰে মানি ল’ব নিবিচাৰে যে মৌলবাদীসকল আমেৰিকাৰ প্ৰধান শত্ৰু। ডেম’ক্ৰেটিক পাৰ্টিৰ সদস্য তুলসী গাবাৰ্ড আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইন সভাৰ প্ৰাক্তন সদস্যও আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd