• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুকুল ৰায়ৰ মৃত্যু; ৰাজনৈতিক মহলত শোকৰ ছাঁ

এন ই নাও নিউজ, কলকাতা by এন ই নাও নিউজ, কলকাতা
February 23, 2026 9:15 am
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুকুল ৰায়ৰ পৰলোকপ্ৰাপ্তি ঘটিছে। তেওঁৰ বয়স আছিল ৭৩ বছৰ। বহুদিন ধৰি তেওঁ অসুস্থ হৈ আছিল। কলকাতাৰ নিউ টাউনৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল জ্যেষ্ঠ ৰাজনৈতিক নেতাজনক। দেওবাৰে মাজ নিশা শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৱে ৰাজনৈতিক মহলত শোকৰ ছাঁ পেলাইছে।

মুকুল ৰায়ৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত তেওঁৰ অনুগামীসকলে চিকিৎসালয়খনৰ সন্মুখত সমবেত হয়। বহুতে ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰিছে।

Apply Now

মুকুল ৰায় এসময়ত তৃণমূল কংগ্ৰেছৰ ‘ছেকেণ্ড ইন কমাণ্ড’ হিচাপে পৰিচিত আছিল। ১৯৯৮ চনত তৃণমূল কংগ্ৰেছ গঠন হোৱাৰ পিছত তেওঁ দলটোৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক হয়। ৰাজ্যসভাৰ পৰাও সাংসদ হিচাপে নিৰ্বাচিত হয়। মুকুল ৰায়ে ৰে’ল বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে তেওঁ কেন্দ্ৰীয় জাহাজ মন্ত্ৰালয়ৰ দায়িত্বতো আছিল।

তেওঁৰ ৰাজনৈতিক জীৱন বৰ্ণাঢ্য। এটা সময়ত তেওঁক ‘তৃণমূল ৰাজনীতিৰ চাণক্য’ বুলি কোৱা হৈছিল। কিন্তু তেওঁক লৈ হোৱা বিতৰ্কও কম নাছিল।

২০১৭ চনত মুকুল ৰায়ে তৃণমূল কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত কৃষ্ণনগৰ উত্তৰ সমষ্টিৰ পৰা বিজেপিৰ টিকটত জয়লাভ কৰিছিল মুকুল ৰায়ে। কিন্তু নিৰ্বাচনৰ পিছত তেওঁ পুনৰ নিজৰ পুৰণি দল তৃণমূললৈ ঘূৰি আহিছিল। ইয়াৰ পিছতে বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে দলত্যাগ বিৰোধী আইনৰ অধীনত বিধায়ক পদ অপসাৰণৰ দাবী জনায়। অৱশ্যে বিধায়ক পদৰ পৰা পদত্যাগ নকৰিলে মুকুল ৰায়ে।

বহুদিন ধৰি অসুস্থ হৈ আছিল মুকুল ৰায়। অসুস্থতাৰ পিছৰে পৰা তেওঁক ৰাজহুৱা স্থানত দেখা পোৱা যোৱা নাছিল।

মুকুল ৰায়ৰ পুত্ৰ শুভ্ৰাংশু ৰায়ে জনোৱা মতে, দেওবাৰে নিশা ১:৩০ বজাত তেওঁৰ পিতৃৰ মৃত্যু হয়। তেওঁৰ মৃতদেহ চিকিৎসালয়ৰ পৰা ঘৰলৈ লৈ যোৱা হ’ব। তেওঁৰ শেষকৃত্য সোমবাৰে সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, কলকাতা

এন ই নাও নিউজ, কলকাতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd