• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাৰ অসম জাতীয় পৰিষদত যোগদান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 19, 2020 6:41 pm
867facf5-fe58-4c6d-9554-6fb084c8f949

বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে এজেপিত যোগদান কৰে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাই। ফটো: নৰ্থইষ্ট নাও

3.7k
VIEWS
Share on FacebookShare on Twitter

অসম জাতীয় পৰিষদত যোগদান কৰিলে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা আঞ্চলিকতাবাদী নেতা পুলকেশ বৰুৱাই।

বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত বৰুৱাৰ লগতে প্ৰাক্তন অগপ বিধায়ক অনুপ ফুকন, অসম আন্দোলনৰ সময়ৰ নেতা বিপুল দাসকে ধৰি প্ৰায় ৩০ গৰাকী ব্যক্তিয়ে একেলগে এজেপিত যোগদান কৰে ।

যোগদান কৰি বৰুৱাই অগপৰ বিৰুদ্ধে সৰৱ হৈ সংবাদ মাধ্যমৰ আগত কয়, ‘অসমত আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছিল আৰু থাকিব। অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ পেটত সোমাই পৰিছে। তেওঁলোকে নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই।‘

তেওঁ লগতে কয়, ‘এইটো প্ৰমাণিত হৈছে কাৰণ জাতিধ্বংসী ‘কা’ৰ বিৰোধিতা কৰাত ব্যৰ্থ হৈছে অগপ। সেয়েহে অসমীয়া খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাতো তেওঁলোক ব্যৰ্থ হৈছে।‘

ইয়াৰোপৰি অসম জাতীয় পৰিষদে আঞ্চলিকতাবাদ ৰক্ষা কৰি খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ খাতিৰত কাম কৰিব বুলি তেওঁ দাবী কৰাৰ লগতে এইখনেই জাতীয়তাবাদ ৰক্ষা কৰাৰ মূল মঞ্চ বুলি দাবী কৰে।

যোগদান কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক বসন্ত ডেকা, কৃষ্ণ গোপাল ভট্টাচাৰ্য্য, আহ্বায়ক অদীপ কুমাৰ ফুকনৰ লগতে অন্যান্য নেতৃবৰ্গও উপস্থিত থাকে।

উল্লেখ্য যে প্ৰফুল্ল মহন্তৰ প্ৰথমটো কাৰ্যকালত বিধান সভাৰ অধ্যক্ষ নিৰ্বাচিত হোৱা অগপ দলৰ জন্মলগ্নৰ নেতাগৰাকীয়ে পৰৱৰ্তী সময়ত ভৃগু ফুকন, বৃন্দাবন গোস্বামীৰ আদি নেতাৰ সৈতে নতুন অগপ দল গঠন কৰিছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd