DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 9, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ ভাল দিনত ন-বিজেপিয়ে মালিকীস্বত্ব লৈ পুৰণি কৰ্মীক গুৰুত্বহীন কৰিছে : গোহাঁই

মিন্টু দাস by মিন্টু দাস
July 6, 2019 1:42 pm
Gohain1

প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা বিজেপি নেতা ৰাজেন গোহাই। ফাইল ফটো

1k
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ বহুবল্কী বিধায়ক, মৰিয়নী বিধান সভা সমষ্টিক একেৰাহে তেৰ বছৰ ধৰি প্ৰতিনিধিত্ব কৰা ৰূপজ্যোতি কুৰ্মীয়ে শেহতীয়াকৈ বিজেপিত যোগদানৰ বাবে মন মেলাৰ খবৰে যোৱা কেইবাদিনো ধৰি ৰাজ্যৰ ৰাজনৈতিক বতাহ গৰম কৰি ৰাখিছে ৷

ইয়াৰ মাজতে শুকুৰবাৰে নগাঁও চহৰৰ ডচন স্কুল খেলপথাৰত আয়োজিত বৃক্ষৰোপনৰ এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীক বিজেপিত যোগদানত বিৰোধিতা কৰিব বুলি মন্তব্য কৰে ৷

গোঁহাইয়ে কয় যে, বিজেপিৰ ভাল দিনত ন-বিজেপিয়ে মালিকীস্বত্ব লৈ পুৰণি বিজেপি কৰ্মীক গুৰুত্বহীন কৰিছে ৷ ২৫-৩০ বছৰ ধৰি দলৰ বাবে কাম কৰা, দলৰ বেয়া দিনতো দলত থকা বিজেপিৰ পুৰণিকৰ্মীক সকলো ক্ষেত্ৰতে বঞ্চিত কৰা হৈছে। পুৰণি কৰ্মীসকলক লগত লৈ মই ইয়াৰ বিৰোধিতা কৰি যাম ৷

ইপিনে ৰাজেন গোঁহাইৰ লগত উক্ত অনুষ্ঠানত উপস্থিত থকা হোজাইৰ বিধায়ক শিলাদিত্য দেৱে ৰূপজ্যোতি কুৰ্মীৰ বিজেপিত যোগদান সম্পৰ্কত কয় যে, কুৰ্মীয়ে বিজেপিত যোগদান কৰাত কোনো আপত্তি নাই ৷ কিন্তু মন্ত্ৰিত্বৰ চৰ্তৰে তেওঁ যোগদানৰ বিৰোধিতা কৰিম ৷

উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনত দলীয় টিকট লাভ নকৰা প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই আৰু সোনোৱাল চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাজত বিগত সময়ছোৱাত সংঘাত চলি আছিল৷ গোঁহাইয়ে দলীয় টিকট লাভ নকৰাৰ আঁৰত ডঃ শৰ্মাৰ কুটিল ৰাজনীতি আছিল বুলিও চৰ্চা চলিছিল ৷

কিন্তু ইয়াৰ মাজতে শুকুৰবাৰে বৃক্ষৰোপনৰ কাৰ্যসূচীত ৰাজেন গোঁহাইক হিমন্ত বিশ্বৰ অতি ঘনিষ্ঠ বুলি পৰিচিত বিজেপি নেতা জিতু গোস্বামীয়ে সংগ দিয়া ঘটনা তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

Recent News

বিদ্যুৎ আইনৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন

বিদ্যুৎ আইনৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন

Sanjay Raut

সঞ্জয় ৰাউটক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ: ঘৰুৱা খাদ্য গ্ৰহণৰ অনুমতি

Wild Elephant

কলিয়াবৰত শোকাকুল পৰিবেশ: দুদিন ধৰি বোকাত পৰি থকা বনৰীয়া হাতীৰ কৰুণ মৃত্যু

”আইৰ মুখৰ মাতষাৰৰ ওপৰত চৰকাৰৰ তিনিতৰপীয়া আক্ৰমণ মানি লোৱা নহব” : ডঃ সমুজ্জ্বল ভট্টাচাৰ্য

”আইৰ মুখৰ মাতষাৰৰ ওপৰত চৰকাৰৰ তিনিতৰপীয়া আক্ৰমণ মানি লোৱা নহব” : ডঃ সমুজ্জ্বল ভট্টাচাৰ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd