• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বৰ প্ৰতিগৰাকী ব্যক্তিৰ স্বাস্থ্যৰ বিপৰীতে ৩৬৮ টকাকৈ ব্যয় কৰিলেহে ভবিষ্যতৰ মহামাৰী ৰোধ কৰিব পৰা যাব; বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰাক্তন মুৰব্বীৰ মন্তব্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 15, 2020 10:32 pm

1 min read

বিশ্বৰ প্ৰতিগৰাকী ব্যক্তিৰ স্বাস্থ্যৰ বিপৰীতে ৩৬৮ টকাকৈ ব্যয় কৰিলেহে ভবিষ্যতৰ মহামাৰী ৰোধ কৰিব পৰা যাব; বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰাক্তন মুৰব্বীৰ মন্তব্য

গ্ৰো হাৰ্লেম ব্ৰাণ্ডল্যাণ্ট

322
VIEWS
Share on FacebookShare on Twitter

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰাক্তন মুৰব্বী গ্ৰো হাৰ্লেম ব্ৰাণ্ডল্যাণ্টে ভবিষ্যতে মহামাৰীৰ পৰা হাত সৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবাঢ়াইছে।

গ্ৰো হাৰ্লেমে উল্লেখ কৰা অনুসৰি আগন্তুক পাঁচ বছৰৰ বাবে বিশ্বৰ প্ৰতিগৰাকী ব্যক্তিৰ বিপৰীতে বছৰে ৩৬৮ টকা ব্যয় কৰিলেহে ভবিষ্যতে হ’ব পৰা মহামাৰীৰ পৰা হাত সাৰিব পৰা যাব।

এই অভিযানৰ বাবে বিশ্বক বহু বিলিয়ন ডলাৰৰ প্ৰয়োজন হ’ব যদিও মহামাৰীৰ হোৱাৰ পাছত ইয়াক প্ৰতিৰোধ কৰাৰ বাবে ব্যয় কৰা ট্ৰিলিয়ন ডলাৰতকৈ ই সহজ হ’ব।

উল্লেখযোগ্য যে, বিশ্ব স্বাস্থ্য সংস্থাৰ বৰ্তমান মুৰব্বী এণ্টনিঅ’ গুৱেটৰেজেও বিশ্বক পুনৰ আন এক মহামাৰীৰ সন্মুখিন হোৱাৰ বাবে বৰ্তমানৰ পৰাই প্ৰস্তুতি গঢ়ি তোলাৰ বাবে আহ্বান জনাইছিল।

গুৱেটৰেজে সমগ্ৰ বিশ্বই একেলগ হৈ কাম কৰিলেহে ক’ৰ’না মহামাৰীক পৰাস্ত কৰিব পৰা যাব অন্যথা ই ভয়াবহ হৈ পৰিব বুলি মত প্ৰকাশ কৰিছিল।

সমগ্ৰ বিশ্বৰ প্ৰায় তিনি কোটি লোক বৰ্তমান সময়ত ক’ৰ’না মহামাৰীৰ কৱলত পৰিছে।

Recent News

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

tarun-gogoi-1200x600-750x375

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ; আন ৮গৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd