• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সামৰণি পৰিল সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 5, 2020 8:58 pm
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৪ ফেব্ৰুৱাৰীৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ পঞ্চদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আজি সামৰণি পৰে।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি আয়োজন কৰা মুকলি সভাত বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।

Apply Now

মুকলি সভাত ভাষণ দি সদৌ অসম টাই আহোম যুৱ পৰিষদৰ সভাপতি লিতুল বুঢ়াগোহাঁইয়ে কয় ‘অসমৰ কাৰণে হিন্দু মুছলমানৰ কথা থাকিব নোৱাৰে। অসমৰ কাৰণে ১৯৭১ চনৰ পাছত অহা হিন্দু হওঁক মুছলমান হওঁক কাৰো স্থান নাই।‘

‘গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ পৰা হুংকাৰ দিছো আমি কা কেতিয়াও নামানো। অসমীয়া জাতি, ভাষাৰ কাৰণে আমি সকলো উসৰ্গিত। এই কথা চৰকাৰৰ দখলত থকা প্ৰত্যেকজন মানুহে জনা দৰকাৰ।‘ ভাষণ প্ৰসংগত বুঢ়াগোহাঁইয়ে এইদৰে কয়।

ইপিনে, গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ লোকসকল যদি খিলঞ্জীয়া নহয় বুলি কয় এই কথা কেতিয়াও মানি লোৱা নহয় বুলি দাবী কৰি তেওঁ কয় ‘জাতিৰ কাৰণে প্ৰতিজন মানুহ যদি উসৰ্গিত হ’ব পাৰে তেতিয়া ইয়াত বেলেগ প্ৰশ্ন কি থাকিব পাৰে?’

আনহাতে, উক্ত মুকলি সভাতে, কা বিৰোধী আন্দোলন তীব্ৰতৰ কৰিবৰ বাবে সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ লগতে অন্যান্য সংগঠনৰ নেতৃত্বক আহ্বান জনায় আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াই।

‘কাৰ বিৰুদ্ধে আন্দোলন চলি থাকিব, যেতিয়ালৈকে অসমক কা ৰ আওতাৰ পৰা আঁতৰ নকৰে। কা বিৰোধী আন্দোলন কিছু কিছু ক্ষেত্ৰত স্তিমিত হোৱা দেখিবলৈ পাইছো। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও অসমৰ আন্দোলনৰ প্ৰতি গুৰুত্ব দিয়া নাই বা সন্মান প্ৰদৰ্শন কৰা নাইষ সেয়েহে আন্দোলনৰ নেতৃত্বক এই আন্দোলন জোৰদাৰ কৰিবলৈ আহ্বান জনাইছো।’ চেতিয়াই কয়।

আনহাতে মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি আক্ৰাছুৰ মুখ্য উপদেষ্টা হিতেশ বৰ্মণে কয় ‘গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ লগত কোচ ৰাজবংশী ছাত্ৰ সন্থা সদায় একেলগে আগবাঢ়িম। দুয়োটা জনগোষ্ঠীৰে সমস্যাবোৰ আমি আলোচনাৰ মাধ্যমেৰে সমাধানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছো আৰু ভৱিষ্যতেও যাম। আমি ধৰ্মীয়ভাৱে বিভক্ত হ’লেও অন্তৰৰ পৰা জনগোষ্ঠীয় সত্তা কেতিয়াও ভাগ হোৱা নাই।‘

২০১৬ চনৰ পৰা কাৰ বিৰুদ্ধে আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ সৈতে একত্ৰিতভাৱে আন্দোলন কৰি আহিছে বুলি সদৰী কৰে সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আজিজুল ৰহমানে।

তেওঁ আৰু কয় ‘এইখন শংকৰ মাধৱ আৰু আজানৰ দেশ। খিলঞ্জীয়া মুছলমান গৰীয়া মৰীয়া আৰু দেশী। পূৰ্ববংগীয় মূলৰ মুছলমানসকল বাংলাদেশী, সেইকাৰণে আমাৰ মাজত সম্পূৰ্ণ বিভেদ আছে। আমি ভাষা কওঁ, অসমীয়া সংস্কৃতি পালন কৰো আৰু অসমীয়াত আমি সপোনো দেখো। পূৰ্ববংগীয় মুছলমানসকলে অসমীয়া ভাষা কয় যদিও তেওঁলোকৰ খোৱাৰ ধৰণ-কৰণ বেলেগ। গৰীয়া মৰীয়া সকলৰ বিবাহ, মৃত্যপৰ্ব সকলোবোৰ অসমীয়া সংস্কৃতিৰ ৰীতি নিয়ম অনুসৰি পালন কৰো।‘

সংগঠনটোৰ মহানগৰ জিলা সমিতিৰ কাৰ্য্যকৰী সভাপতি ইছমাইল আলীয়ে কয় ‘এই শংকৰ আজানৰ মিলনভূমিত কোনেও সাম্প্ৰদায়িক বীজ সিঁচিব নোৱাৰে। কোনোধৰণৰ সাম্প্ৰদায়িক কথা ইয়াত নচলিব। বিজেপি চৰকাৰে আমাক প্ৰতাৰণা কৰিছে। আমি বেলেগৰ পৰা অহা লোক নহয়, আমি ইয়াৰে ভূমিপুত্ৰ।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am
একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

September 8, 2026 7:16 am
মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd