• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

নগাঁৱত আৰক্ষী-আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰা ভৰ্তি চাৰিখন ট্ৰাক জব্দ

NE NOW NEWS বিদ্যুত জ্যোতি বৰা
গুৱাহাটী , January 31, 2020 8:45 pm

1 min read

Samaguri News

জব্দ হোৱা ট্ৰাক কেইখন

1.5k
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ চামগুৰিত বৃহস্পতিবাৰে নিশা আৰক্ষীৰ সহযোগত আবকাৰী বিভাগে অভিযান চলাই য়ু পি-২১বি এন ৭৩৭৩, এম এল-০৫ টি-৫৭৮৫, য়ু পি-২১ চি এন ৩১৯৯ আৰু য়ু পি ২১ বি এন ৭৩০০ নম্বৰৰ চাৰিখন অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।

ট্ৰাককেইখনৰ লগতে আৰক্ষীয়ে ছয়জন ট্ৰাকৰ পৰিচালক আৰু চালকক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে অৰুণাচলৰ নিৰজুলিস্থিত “নেফা ব্ৰেৱেৰিচ প্ৰাইভেট লিমিটেড” নামৰ প্ৰতিষ্ঠানত প্ৰস্তুত হোৱা বুলি লেবেল মৰা “টুব’ৰ্গ ষ্টং বিয়েৰ” নামৰ সুৰাৰ সৰ্বমুঠ ৪৮০০টা কাৰ্টুন নীতি বহিৰ্ভূতভাৱে অৰুণাচলৰ পৰা শিলচৰ আৰু শ্বিলঙলৈ নিউ ইণ্ডিয়া ট্ৰাঞ্চপৰ্ট” নামৰ পৰিবহন কোম্পানী এটাই চাৰি খনকৈ ট্ৰাকৰ সহায়ত সৰবৰাহৰ চেষ্টা চলাই আৰক্ষী আৰু আবকাৰী বিভাগৰ হাতত আটক হয়।

জানিব পৰা মতে, জব্দ হোৱা বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকাৰো অধিক হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও আবকাৰী বিভাগে ২৩ জানুৱাৰিত চামগুৰিত ছয়খনকৈ সুৰাভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছিল।

বিগত সময়ত নগাঁৱৰ মাজেৰে অৰুণাচলৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা বহিঃৰাজ্যলৈ চালান দি অহা হৈছে।

অসম আৰক্ষীয়ে নিয়মীয়াভাৱে অৰুণাচলী সুৰাৰ বিৰুদ্ধে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চোকা পহৰা অব্যাহত ৰাখিছে।

Recent News

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

a mori

মৰিগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

index

‘দুটি সন্তানৰ নীতি’ আইন বলৱৎ কৰাৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd