• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত আৰু চাৰিগৰাকী ক’ভিড ৰোগীৰ মৃত্যু, মুঠ ৯২লৈ বৃদ্ধি

Nenow এন ই নাও নিউজ
গুৱাহাটী , July 29, 2020 8:40 pm

2 min read

Covid death toll in Assam reaches 930

প্ৰতিনিধিত্বমূলক ফটো।

3.4k
VIEWS
Share on FacebookShare on Twitter

চাৰিগৰাকী ক’ভিড-১৯ ৰোগীয়ে অসমত বুধবাৰে প্ৰাণ হেৰুৱাইছে আৰু মুঠ মৃতকৰ সংখ্যা হৈছেগৈ ৯২ (।)

মৃত্যু হোৱা লোক কেইগৰাকী হৈছে—কাছাৰৰ বিমল পল (৭৮), তিনিচুকীয়াৰ হেমা দেৱী (৭৭) আৰু ডঃ এছ এ ডব্লিউ হুছেইন (৮৫) আৰু যোৰহাটৰ দেবাৰি কৰ্মকাৰ (৪০)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

Very sad to share that four more #COVID patients have lost their battle against pandemic today- Shri Bimal Paul (78) from Cachar, Smt Hema Devi (77) from Tinsukia and Dr S.A.W. Hussain (85) & Smt Debari Karmakar (40) from Jorhat.

May God help their families to bear this pain ?

— Himanta Biswa Sarma (@himantabiswa) July 29, 2020

১২১৬গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰ সৈতে অসমত মুঠ আৰোগ্যৰ সংখ্যাই মঙলবাৰে ২৬ হাজাৰৰ সীমা অতিক্ৰম কৰিছে।

অসমত মঙলবাৰলৈকে ২৬,৬১৮গৰাকী ব্যক্তি ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে।

অসমত ক’ভিডৰ পৰা আৰোগ্যৰ হাৰ ৭৬.২ শতাংশ।

অসমত মঙলবাৰলৈকে সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৮২৩৮গৰাকী।

আনহাতে, অসমত শেহতীয়াকৈ ক’ভিড টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হ্ৰাস পাইছে।

মঙলবাৰলৈকে অন্তিম ২৪ ঘণ্টাত ২২,৮৭৬টা ক’ভিড টেষ্টৰ বিপৰীতে ১৩৭১গৰাকী ব্যক্তি পজিটিভ চিনাক্ত হৈছে।

মঙলবাৰৰ দিনটোতে অসমে ৮ লাখ (৮০২,৬৭৪) ক’ভিড টেষ্টৰ সীমা অতিক্ৰম কৰিছে।

অসমত মঙলবাৰলৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩৪,৯৪৭গৰাকী। ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd