• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলৱাৰৰ ৰাকবৰ খান হত্যাৰ গোচৰত দোষী সাব্যস্ত ৪জন গোৰক্ষকক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 26, 2023 11:12 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰ আলৱাৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ২০১৮ চনৰ ৰাকবৰ খান লিঞ্চিং গোচৰত (গণ প্ৰহাৰ কৰি হত্যা) চাৰিজন “গোৰক্ষক’’ক দোষী সাব্যস্ত কৰি সাত বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাকৈ জৰিমনা বিহে।

অতিৰিক্ত জিলা ন্যায়াধীশ সুনীল কুমাৰ গোৱালে তেওঁৰ ৯২ পৃষ্ঠাৰ ৰায়দানত পৰমাজীত, ধৰ্মেন্দ্ৰ, নৰেশ আৰু বিজয়ক আই পি চিৰ ৩০৪, ৩২৩ আৰু ৩৪১ ধাৰাত শাস্তি প্ৰদান কৰাৰ বিপৰীতে পঞ্চম অভিযুক্ত নৱল কিশোৰ শৰ্মাক বিচাৰ বিভাগে তেওঁৰ বিৰুদ্ধে গোচৰটো প্ৰমাণ কৰাত ব্যৰ্থ হোৱাৰ বাবে দোষমুক্ত কৰে।

লগতে পঢ়ক: বন্দুক নিষিদ্ধ জাপানত আততায়ীৰ গুলীচালনা আৰু ছুৰীকাঘাতৰ ঘটনাত তিনিজন লোক নিহত

Apply Now

দাখিল কৰা এজাহাৰৰ মতে, টহল দি থকাৰ সময়তে আলৱাৰৰ বিশ্ব হিন্দু পৰিষদৰ নেতা নৱল কিশোৰৰ পৰা আৰক্ষীলৈ ফোন আহিছিল যে একাংশ লোকে গৰু সৰবৰাহ কৰি আছে।

২০১৮ চনৰ ২০ আৰু ২১ জুলাইৰ মাজ নিশা ৰাকবৰ খান আৰু তেওঁৰ বন্ধু আছলাম খানক গৰু চোৰাং ব্যৱসায়ৰ সন্দেহত নৃশংসভাৱে আক্ৰমণ কৰি ৰাকবৰ খানক হত্যা কৰা হয়। দৰাচলতে তেওঁলোকে আলৱাৰৰ এখন গাঁৱৰ পৰা খোজকাঢ়ি গাই গৰুকেইটা কলগাওঁ, নুহৰ নিজৰ ঘৰলৈ লৈ গৈ আছিল। যদিও আছলামে পলায়ন কৰিবলৈ সক্ষম হয়, তথাপিও ৰাকবৰক নিৰ্মমভাৱে ঠেলি দিয়া হয়।

আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ ৰাকবৰক এখন চিকিৎসালয়লৈ লৈ যায় যদিও তেওঁক মৃত বুলি ঘোষণা কৰা হয়। এফ আই আৰত আৰক্ষীয়ে তেওঁৰ মৃত্যুৰ পূৰ্বে বক্তব্যৰ লিপিবদ্ধ কৰিছিল য’ত তেওঁ গোৰক্ষকৰ দলে আক্ৰমণ কৰাৰ কথা কৈছিল।

লগতে পঢ়ক: বৈবাহিক জীৱনত দীৰ্ঘদিন ধৰি সংগীক যৌন সংগমৰ পৰা বঞ্চিত কৰাটো মানসিক নিষ্ঠুৰতা: আদালত

জীৱন নিৰ্বাহৰ বাবে সংগ্ৰাম কৰি থকা ৰাকবৰৰ পৰিয়ালে কয় যে তেওঁলোকে অনুভৱ কৰিছে যে এই শাস্তি যথেষ্ট নহয়। ৰাকবৰৰ পত্নী আছমিনাই তিনিবছৰ পূৰ্বে এক দুৰ্ঘটনাৰ সন্মুখীন হৈছিল। তেতিয়াৰ পৰাই তেওঁ  বিচনাত পৰি আছে আৰু ছয়টা সন্তানে ঘৰখন চলাবলৈ কাম কৰে। ‘আমাৰ দৰে দুখীয়া মানুহৰ বাবে ন্যায়ৰ অৰ্থ কম’ বুলিও তেওঁ কয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd