• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বৈবাহিক জীৱনত দীৰ্ঘদিন ধৰি সংগীক যৌন সংগমৰ পৰা বঞ্চিত কৰাটো মানসিক নিষ্ঠুৰতা: আদালত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 26, 2023 9:23 am
প্রতিনিধিত্বমূলক সংগ্ৰহীত ফটো।

প্রতিনিধিত্বমূলক সংগ্ৰহীত ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিবাহিত জীৱনত যদি সংগীক যৌন সম্পৰ্কৰ পৰা সংগীয়ে বহুদিন আঁতৰাই ৰাখে, আৰু যদি কোনো যুক্তিসংগত কাৰণ দেখুৱাব পৰা নাযায়, তেন্তে ইয়াক মানসিক নিষ্ঠুৰতা বুলি গণ্য কৰা হ’ব। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ বক্তৱ্যত প্ৰকাশ পাইছে এই পৰ্যবেক্ষণ। ফলস্বৰূপে বিবাহিত জীৱনত যদি কোনো ব্যক্তিয়ে নিজৰ সংগীক অকাৰণতে দীৰ্ঘদিন ধৰি যৌন সম্পৰ্কৰ পৰা আঁতৰাই ৰাখে তেন্তে সেই ব্যক্তিজনে নিজৰ সংগীক মানসিকভাৱে নিৰ্যাতন চলোৱা বুলি গণ্য কৰা হ’ব।

উল্লেখ্য যে মানসিক যন্ত্ৰণাৰ বিষয়ত এহাল দম্পতীৰ বিবাহ বিচ্ছেদৰ গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে এই পৰ্যবেক্ষণ কৰিছে। আদালতে নিজৰ পৰ্যবেক্ষণত কয়, ‘কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ বিবাহিত জীৱনত কোনো সংগীয়ে যৌন সম্পৰ্ক স্থাপন কৰাত বাধা দিয়াটো সেই সংগীৰ প্ৰতি মানসিক নিষ্ঠুৰতাৰ সমান।’

লগতে পঢ়ক: ৰাছিয়াৰ নিয়ন্ত্ৰণত ইউক্ৰেইনৰ চহৰ! বাখমুটৰ পৰা আঁতৰি আহিবলৈ আৰম্ভ কৰিলে ৱেগনাৰ সেনা

Apply Now

আদালতে কয় যে গোচৰটোত এনে কোনো দৃষ্টিভংগী ওলাই পৰা নাই য’ত ব্যক্তিজনে সংগীৰ সৈতে জীৱন পুনৰ আৰম্ভ কৰিবলৈ বাধ্য হৈ কিবা এটা লাভ কৰিব পাৰে, গতিকে এই বন্ধন আগবঢ়াই নিয়াৰ কোনো কাৰণ নাই।

এই গোচৰটো এজন স্বামীয়ে দাখিল কৰিছিল। তেওঁ পূৰ্বে হিন্দু বিবাহ আইনৰ অধীনত এই বিবাহ বিচ্ছেদৰ গোচৰ নিম্ন আদালতত দাখিল কৰিছিল। তাত বিবাহ বিচ্ছেদৰ আবেদন খাৰিজ কৰা হয়। পিছত তেওঁ এই গোচৰটো এলাহাবাদ উচ্চ ন্যায়ালয়ত দাখিল কৰে।

লগতে পঢ়ক: নিলামত অভিলেখ মূল্যত বিক্ৰী হ’ল টিপু চুলতানৰ তৰোৱাল; কিমান উঠিল দাম?

তেওঁৰ অভিযোগ যে বিয়াৰ পিছত তেওঁৰ প্ৰতি পত্নীৰ মনোভাৱ সলনি হৈছিল। অভিযোগ অনুসৰি মহিলাগৰাকীয়ে স্বামীৰ পৰা আঁতৰত থাকিবলৈ আৰম্ভ কৰে। স্বামীৰ অভিযোগ যে পত্নীয়ে বিয়াৰ ৬ মাহৰ পিছত পিতৃ-মাতৃৰ ঘৰত থাকিবলৈ আৰম্ভ কৰে। যাৰ ফলত দুয়োৰে মাজত সংঘাতৰ সৃষ্টি হৈছে। ইয়াৰ পিছত ঘৰলৈ আনিব বিচাৰিলেও তেওঁ নাহিল।

ইপিনে, ১৯৯৪ চনত গ্ৰাম্য পঞ্চায়তৰ জৰিয়তে বিবাহ বিচ্ছেদ হৈছিল দম্পতীহালৰ। ইয়াৰ পিছত স্বামীয়ে ভৰণ পোষণৰ নিয়ম অনুসৰি পত্নীক স্থায়ীভাৱে ২২ হাজাৰ টকা দি থাকে। পিছত পত্নীয়ে পুনৰ বিবাহপাশত আবদ্ধ হয়। তাৰ পিছত ব্যক্তিজনে মানসিক নিৰ্যাতনৰ দাবীত আদালতত গোচৰ ৰুজু কৰে।

লগতে পঢ়ক: আপত্তিজনক প্রস্তাৱ শুনিয়েই ছবি এৰি থৈ আহিছিল প্ৰিয়ংকাই; কি চাব খুজিছিল পৰিচালকে?

নিম্ন আদালতে ব্যক্তিজনৰ দাবী খাৰিজ কৰে। কোৱা হয় যে বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত মানসিক নিষ্ঠুৰতা প্ৰযোজ্য নহয়। ইপিনে, তেওঁৰ সম্পৰ্ক-বিচ্ছিন্ন পত্নী আদালতৰ গোচৰত হাজিৰ নহ’ল। উল্লেখ্য যে ৰবীন্দ্ৰ প্ৰতাপ যাদৱ আৰু আশা দেৱীৰ এই গোচৰত অৱশেষত এলাহাবাদ উচ্চ ন্যায়ালয়ে বিবাহ বিচ্ছেদক ​​স্বীকৃতি দিলে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm
ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

August 18, 2026 12:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd