DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

বিমান বন্দৰত উদ্ধাৰ চাৰিটা নৰমুণ্ড

শুকুৰবাৰে মেক্সিকোৰ ৰাষ্ট্রীয় নিৰাপত্তা বাহিনীয়ে কয় যে এটা কাঠৰ বাকচৰ ভিতৰত এলুমিনিয়াম ফয়েল কাগজেৰে মেৰিয়াই থোৱাৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে উক্ত লাওখোলা কেইটা।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 1, 2023 8:20 pm
94
VIEWS
Share on FacebookShare on Twitter

মেক্সিকোৰ এটা বিমানবন্দৰত উদ্ধাৰ হৈছে চাৰিটাকৈ মানুহৰ লাওখোলা। মেক্সিকান বিমানবন্দৰত নিৰাপত্তাৰক্ষীয়ে এটা কাঠৰ বাকচৰ ভিতৰত উদ্ধাৰ কৰিছে এই নৰমুণ্ড চাৰিটা

নিৰাপত্তা আৰক্ষীয়ে লাওখোলাৰ বাকচটো উদ্ধাৰ কৰি চলোৱা তদন্তৰ পিছতেই পোহৰলৈ আহে ক’ৰপৰা কলৈ কোৰিয়াৰ কৰি পঠোৱা হৈছিল উক্ত নৰমুণ্ড চাৰিটা। তদন্তৰ পৰা নিৰাপত্তাৰক্ষীয়ে জানিব পাৰে যে মেক্সিকোৰ পৰা আমেৰিকালৈ পঠোৱাৰ কথা আছিল উক্ত নৰমুণ্ড চাৰিটা।

শুকুৰবাৰে মেক্সিকোৰ ৰাষ্ট্রীয় নিৰাপত্তা বাহিনীয়ে কয় যে এটা কাঠৰ বাকচৰ ভিতৰত এলুমিনিয়াম ফয়েল কাগজেৰে মেৰিয়াই থোৱাৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে উক্ত লাওখোলা কেইটা।

মধ্য মেক্সিকোৰ কুৱেৰেটাৰো আন্তঃমহাদেশীয় বিমানবন্দৰত সংঘটিত হৈছে এই কাণ্ড।

এক বিবৃতি অনুসৰি পশ্চিম উপকূলীয় ৰাজ্য মিচ’আকানৰ পৰা এই বাকচটো প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে এই অঞ্চলটো দেশখনৰ ভিতৰত অন্যতম হিংসাত্মক অঞ্চল।

উদ্ধাৰ হোৱা লাওখোলা কেইটাৰ বয়স, পৰিচয় বা কি সম্ভাৱ্য উদ্দেশ্যৰ বাবে প্ৰেৰণ কৰা হৈছে সেই সম্পৰ্কে কৰ্তৃপক্ষই কোনো তথ্য প্ৰকাশ কৰা নাই। অৱশ্যে তেওঁলোকে জনোৱা মতে, মানৱ শৰীৰৰ অৱশিষ্ট বা যিকোনো অংগ স্থানান্তৰৰ বাবে স্বাস্থ্য কৰ্তৃপক্ষৰ পৰা বিশেষ অনুমতিৰ প্ৰয়োজন হয়, যিটো উদ্ধাৰ হোৱা লাওখোলা কেইটাৰ বাবে লাভ কৰা হোৱা নাছিল।

Recent News

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd