• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোগাসনৰ পাছত খেলো ইণ্ডিয়া য়ুথ গেইমছত নতুনকৈ সংযোজন হ’ল চাৰিবিধ পৰম্পৰাগত খেলৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 21, 2020 5:23 pm

1 min read

যোগাসনৰ পাছত খেলো ইণ্ডিয়া য়ুথ গেইমছত নতুনকৈ সংযোজন হ’ল চাৰিবিধ পৰম্পৰাগত খেলৰ
176
VIEWS
Share on FacebookShare on Twitter

২০২১ বৰ্ষৰ খেলো ইণ্ডিয়া য়ুথ গেইমছত গাতকা, কালাৰিপায়াট্টু, থাং-টা আৰু মাল্লাখাম্বাক নতুনকৈ অন্তৰ্ভূক্ত কৰা হৈছে।

ক্ৰীড়া মন্ত্ৰ্যালয়ে ২০২১ বৰ্ষৰ খেলো ইণ্ডিয়া য়ুথ গেইমছত গাতকা, কালাৰিপায়াট্টা, থাং-টা আৰু মাল্লাখাম্বা পৰম্পৰাগত খেল কেইবিধক নতুনকৈ অন্তৰ্ভূক্ত কৰাৰ বাবে অনুমতি প্ৰদান কৰে।

গাতকা হ’ল পঞ্জাৱৰ এক পৰম্পৰাগত খেল। পঞ্জাৱত এই খেলবিধ অতি জনপ্ৰিয়।

ইপিনে, কালাৰিপায়াট্টু হৈছে কেৰালাৰ এবিধ পৰম্পৰাগত জনপ্ৰিয় খেল।

মাল্লাখাম্বা মধ্যপ্ৰদেশৰ ৰাজ্যিক খেল হোৱাৰ বিপৰীতে থাং-টা হৈছে মণিপুৰৰ এবিধ সমৰকলা।

বিশেষকৈ মণিপুৰৰ জনসাধাৰণৰ মাজত থাং-টা নামৰ প্ৰাচীৰ সমৰকলা বিধ অতি জনপ্ৰিয় হিচাপে পৰিগণিত হৈ আছে।

আনহাতে, যোগাসনকো ২০২১ বৰ্ষৰ খেলো ইণ্ডিয়া য়ুথ গেইমছৰ তালিকাত নতুনকৈ অন্তৰ্ভূক্ত কৰা হৈছে বুলি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুই প্ৰকাশ কৰিছিল।

Recent News

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd