• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজপথ সম্প্ৰসাৰণ : গছ কটাৰ সম্ভাৱনা; অঘৰী হ’ব গছজোপাত বাস কৰি অহা এজাক বৰটোকোলা!

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
December 31, 2020 11:48 am
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁৱৰ কাষৰিগাঁৱত গৃহহীন হোৱাৰ উপক্ৰম হৈছে কেইবাটাও পৰিয়ালৰ। একমাত্ৰ আশ্ৰয় থলীখনটো আধুনিকতাৰ হাতোৰা পৰি থানবান হৈ যোৱাৰ শংকা আহি পৰিছে যদিও পৰিয়ালটোৰ প্ৰতিজনে কিন্তু কাৰোলৈও যেন তিলমানো ভ্ৰক্ষেপ নকৰি প্ৰকৃতিৰ ওপৰতে সৰ্ৱস্ব এৰি দি দুবাহু মেলি কেৱল উমলি ফুৰিছে নীল আকাশৰ বুকুত!

এয়া হৈছে নগাঁৱৰ পুৰণিগুদামৰ নিকটৱৰ্ত্তী কাষৰিগাঁওস্থিত ৰাজপথৰ দাঁতিৰ এজোপা সু-উচ্চ শিমলু গছত বাস কৰি থকা বহু কেইটা বৰটোকোলাৰ পৰিয়ালৰ দুৰ্ভাগ্যৰ জীয়া কাহিনী।

Apply Now

শেহতীয়াকৈ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত নিয়োজিত কতৃপক্ষই এই গছ জোপাত এক বিশেষ চিহ্ন খোদিত কৰা পৰিলক্ষিত হৈছে। যাৰ বাবে স্থানীয় প্ৰকৃতিপ্ৰেমী সকলে ধাৰণা কৰিছে যে ৰাজপথ সম্প্ৰসাৰণৰ খাতিৰত বৃহদাকাৰ গছ জোপা নিশ্চয় শীঘ্ৰে কাটি পেলোৱা হ’ব।

কিন্তু অতি উদ্বেগৰ কথা এইয়ে যে, দুষ্প্ৰাপ্য বৰটোকোলা চৰাইৰ সুচল বাসস্থান বুলি বিগত বছৰ-বছৰ ধৰি সকলোৰে চিৰ পৰিচিত গছ জোপাত এতিয়াও বাঁহ সাজি কণ-কণ পোৱালিসহ বাস কৰি আছে দুষ্প্ৰাপ্য চৰাইৰ প্ৰায় সাতটাকৈ পৰিয়ালে।

সততে ৰাজপথ চোৱাৰে পাৰহৈ যোৱা বহু দেশী-বিদেশী লোকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰ বিন্দু হৈ পৰা গছজোপা যদি আনুসাঙ্গিক বিষয়সমূহ চিন্তা-চৰ্চা নকৰি ফ’ৰলেন নিৰ্মাণৰত প্ৰতিষ্ঠানে শীঘ্ৰে কটাৰ ব্যৱস্থা কৰে তেন্তে বৰটোকোলা কণমানি পোৱালিসমূহলৈ জীৱনৰ প্ৰতি চৰম ভাবুকি আহি পৰিব। বৃহত্তৰ অঞ্চলটোৰ পৰা নিঃশেষ হৈ যোৱাতো একেবাৰে নিশ্চিত হৈ পৰিব দুষ্প্ৰাপ্য চৰাইৰ প্ৰজাতিটো।

ফ’ৰলেন নিৰ্মাণৰ প্ৰথম অৱস্থাত ৰাইজৰ অনুৰোধ ৰক্ষা কৰি কতৃপক্ষই গছজোপা নকটাকৈ আছিল যদিও শেহতীয়াকৈ দেখা দিয়া এই অশনি সংকেতে এতিয়া ঘোৰ চিন্তিত কৰি তুলিছে স্থানীয় প্ৰকৃতিপ্ৰেমী তথা পুৰণিগুদামৰ বহুজনক।

কলং নৈৰ পাৰতে থকা বৃহদাকাৰ শিমলু জোপাৰ সু-উচ্চ আগত দীৰ্ঘদিন ধৰি নিৰাপদে আশ্ৰয় লৈ থকা বৰটোকোলাৰ এই পৰিয়াল কেইটাক সুৰক্ষিত কৰাৰ স্বাৰ্থত পুৰণিগুদামবাসীয়ে চৰকাৰ তথা বন বিভাগক জনাইছে এটি বিনম্ৰ অনুৰোধ কিম্বা দাবী।

ৰাজ্যৰ যাতায়ত ব্যৱস্থা উন্নয়নৰ বাবে অতি প্ৰয়োজনীয় চাৰিলেন যুক্ত ৰাজপথ নিৰ্মাণৰ খাতিৰত যদি অনিচ্ছাৰ স্বত্ত্বেও গছ জোপা কাটি পেলাবলগীয়া হয় তেনে শিমলু জোপা কটাৰ পূৰ্বেই সংশ্লিষ্ট বন বিভাগে যিকোনো প্ৰকাৰে বাঁহসহ বৰটোকোলাৰ পোৱালিসমূহ উদ্ধাৰ কৰি আন কোনো সুৰক্ষিত স্থানত পুনঃস্থাপিত কৰিব লাগে যাতে কোনো বিশেষ ক্ষতি নোহোৱাকৈ জীৱন আৰু বংশ-গতি অটুট ৰাখিব পাৰে দুষ্প্ৰাপ্য চৰাই বিধে।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd