• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিশা ১৯ বছৰীয়া মডেলক চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগত চাৰিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2022 12:38 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Model gang-raped inside a moving car in Kochi এগৰাকী ১৯ বছৰীয়া মডেলক কেৰালাৰ কোচিত চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তিনিজন যুৱক আৰু এগৰাকী মহিলাক জিম্মাত লৈছে। আনহাতে, যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বাতৰি অনুসৰি, ঘটনাটো বৃহস্পতিবাৰে নিশা সংঘটিত হৈছিল। যুৱতীগৰাকী কোচিৰ এখন বাৰলৈ গৈছিল। তেওঁ সুৰাপান কৰা অৱ স্থাত আছিল। যুৱতীগৰাকীয়ে নিশা বাৰৰ পৰা ওলাই ঘৰলৈ যোৱাৰ বাবে গাড়ী অপেক্ষা কৰি আছিল। সেই সময়তে অভিযুক্তকেইজনে তেওঁক ঘৰত পৌছাই দিয়াৰ কথা কয়। সেইদৰে যুৱতীগৰাকী অভিযুক্তৰ গাড়ীত উঠে।

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে পিতৃৰ হাত ধৰি ক্ষেপণাস্ত্ৰ ঘাঁটিত কিম জঙৰ কন্যা

Apply Now

অভিযোগ অনুসৰি গাড়ীত উঠাৰ পিছত যুৱককেইজনে যুৱতীগৰাকীক নিৰ্যাতন কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত তেওঁক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। অভিযুক্তকেইজনে যুৱতীগৰাকীক নিশা ঘৰৰ ওচৰৰ এঠাইত এৰি থৈ পলাই যায়। যুৱতীগৰাকীক তেওঁৰ ৰুমমেটে দ্বাৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে যুৱতীগৰাকীৰ শৰীৰত আঘাতৰ চিহ্ন আছে। তেওঁ বৰ্তমান এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনাটো চিকিৎসালয়ৰ পৰাই আৰক্ষীক জনোৱা হৈছিল। ভাৰতীয় দণ্ডবিধিৰ ৩৭০ আৰু ৩৭৬ ধাৰাৰ অধীনত এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

লগতে পঢ়ক: অভূতপূৰ্ব সিদ্ধান্ত! চেতন শৰ্মা নেতৃত্বাধীন নিৰ্বাচক সমিতিক বৰ্খাস্ত কৰিলে বিচিচিআইয়ে

কেৰালাৰ ৰাজ্যিক স্বাস্থ্য, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী বীণা গাৰ্গে কয়, “এয়া এক নিন্দনীয় ঘটনা। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মই যুৱতীগৰাকীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছো।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am
মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

September 18, 2026 8:41 am
ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

September 18, 2026 7:43 am
৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am
মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

September 18, 2026 8:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd