• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত বিদ্ৰোহী সংগঠন এন এল এফ টিৰ চাৰিগৰাকী শীৰ্ষস্থানীয় সদস্যৰ আত্মসমৰ্পন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 25, 2020 8:52 am

1 min read

ত্ৰিপুৰাত বিদ্ৰোহী সংগঠন এন এল এফ টিৰ চাৰিগৰাকী শীৰ্ষস্থানীয় সদস্যৰ আত্মসমৰ্পন
113
VIEWS
Share on FacebookShare on Twitter

উগ্ৰবাদী সংগঠন নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ ত্ৰিপুৰাৰ চাৰিগৰাকী শীৰ্ষস্থানীয় সদস্যই বৃহস্পতিবাৰে ত্ৰিপুৰা আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে।

ত্ৰিপুৰা আৰক্ষীৰ সঞ্চালক প্ৰধান ভি এছ যাদৱে সংবাদমাধ্যমৰ আগত চাৰিগৰাকী এন এল এফ টি সদস্যই আত্মসমৰ্পন কৰাৰ কথা সদৰী কৰে।

কেডাৰৰ অভাৱ আৰু অৰ্থনৈতিক সংকটৰ বাবে ত্ৰিপুৰাত ক্ৰমাৎ উগ্ৰবাদী সংগঠন সমূহ দুৰ্বল হৈ আহিছে বুলি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে লগতে কয়।

আত্মসমৰ্পন কৰা এন এল এফ টি সদস্য কেইগৰাকী হৈছে ক্ৰমে- সংগঠনটোৰ বৈদেশিক সচিৱ ৰতন কলাই ওৰফে ৰিউবেন, সহকাৰী সাংগঠনিক সম্পাদক জয় সাধন জামাতিয়া ওৰফে জাৰা, সহকাৰী তথ্য আৰু প্ৰচাৰ সম্পাদক মধু ৰঞ্জন নৱাটিয়া ওৰফে য়াফুং আৰু উপ প্ৰধান সেনাধক্ষ্য কুকিলা ত্ৰিপুৰা ওৰফে য়াৰুং।

এন এল এফ টি চাৰিগৰাকী শীৰ্ষস্থানীয় সদস্যৰ আত্মসমৰ্পন সংগঠনটোৰ বাবে এক বৃহৎ আঘাত বুলিও ত্ৰিপুৰা আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে লগতে কয়।

আনহাতে, এতিয়াও ত্ৰিপুৰাৰ বিদ্ৰোহী সংগঠন সমূহৰ বহু সংখ্যক সদস্যই মূল সুতিলৈ উভতি অহাৰ বাবে ত্ৰিপুৰা আৰক্ষীৰ সৈতে যোগাযোগ কৰি আছে বুলিও সঞ্চালক প্ৰধান গৰাকীয়ে জানিবলৈ দিয়ে।

Recent News

a mam

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd