• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মাৰিয়া ছাৰাপোভা, মাইকেল চুমাখাৰৰ বিৰুদ্ধে গুৰগাঁৱত প্ৰৱঞ্চনাৰ গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2022 3:09 pm
Fraud Case Against Maria Sharapova and Michael Schumacher
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ প্ৰাক্তন টেনিছ তাৰকা মাৰিয়া ছাৰাপোভা আৰু প্ৰাক্তন ফৰ্মুলা ১ ৰেচাৰ মাইকেল চুমাখাৰৰ বিৰুদ্ধে গুৰগাঁৱত ৰুজু হৈছে প্ৰৱঞ্চনা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ।

গুৰগাঁওৰ আৰক্ষীয়ে আদালতৰ নিৰ্দেশৰ পিছত ছাৰাপোভা আৰু চুমাখাৰৰ লগতে আন ১১ জনৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰিছে।

Apply Now

দিল্লীৰ এগৰাকী মহিলাই তেওঁলোকৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰাৰ পিছত এই অভিযোগৰ ভিত্তিত এজাহাৰখন পঞ্জীয়ন কৰা হৈছে।

নতুন দিল্লীৰ ছত্তৰপুৰ মিনি ফাৰ্মৰ বাসিন্দা শ্বেফালী আগৰৱালে অভিযোগ কৰিছে যে তেওঁ ছাৰাপোভাৰ নাম জড়িত থকা এটা প্ৰকল্পত এটা এপাৰ্টমেণ্ট বুক কৰিছিল। প্ৰকল্পটোৰ এটা টাৱাৰ চুমাখাৰৰ নামেৰে নামাকৰণ কৰা হৈছিল বুলিও মহিলা গৰাকীয়ে উল্লেখ কৰে।

এই প্ৰকল্পটো ২০১৬ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিছিল যদিও এতিয়ালৈকে আৰম্ভ হোৱা নাই বুলি অভিযোগকাৰী মহিলা গৰাকীয়ে লগতে কয়।

এই প্ৰকল্পটোৰ সংগঠক আৰু ইয়াৰ প্ৰচাৰৰ জৰিয়তে ছাৰাপোভা আৰু চুমাখাৰো এই প্ৰৱঞ্চনাৰ অংশ বুলি মহিলা গৰাকীয়ে অভিযোগ কৰিছে।

ইয়াৰ পূৰ্বে মহিলা গৰাকীয়ে মেচাৰ্ছ ৰিয়েলটেক ডেভেলপমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেড, ছাৰাপোভা আৰু চুমাখাৰৰ বিৰুদ্ধে গুৰুগ্ৰাম আদালতত প্ৰায় 80 লাখ টকাৰ প্ৰতাৰণাৰ অভিযোগ দাখিল কৰিছিল।

অভিযোগকাৰী মহিলা গৰাকীয়ে আদালতৰ সন্মুখত উল্লেখ কৰিছিল যে তেওঁ আৰু তেওঁৰ স্বামীয়ে গুৰগাওঁৰ চেক্টৰ 73-ত ছাৰাপোভাৰ নামেৰে নামাকৰণ কৰা প্ৰকল্পটোত এটা আৱাসিক এপাৰ্টমেণ্ট বুক কৰিছিল।

কিন্তু এই প্ৰকল্পটোৰ সংগঠক কোম্পানীবোৰে প্ৰকল্পটোত ধন বিনিয়োগ কৰিবলৈ তেওঁলোকক আকৰ্ষণ কৰি প্ৰতাৰণা কৰিছিল। এই প্ৰকল্পটো কেতিয়াও বিতৰণৰ বাবে নাছিল বুলি মহিলা গৰাকীয়ে অভিযোগ কৰিছে।

“আমি বিজ্ঞাপনৰ জৰিয়তে প্ৰকল্পটোৰ বিষয়ে জানিব পাৰিছিলো। প্ৰকল্পটোৰ ছবি আৰু বহুতো মিছা প্ৰতিশ্ৰুতি দিয়াৰ পিছত কোম্পানী পৰিচালনা সংস্থাটোৰ ওচৰলৈ গৈছিলো।”— তেওঁ অভিযোগটোত কয়।

প্ৰকল্পটোৰ প্ৰচাৰক হিচাপে ছাৰাপোভা আৰু চুমাখাৰে ক্ৰেতাসকলৰ সৈতে ষড়যন্ত্ৰ কৰিছিল বুলি অভিযোগ কৰি তেওঁ কয় যে প্ৰাক্তন টেনিছ তাৰকাগৰাকীয়ে প্ৰকল্প স্থানটো পৰিদৰ্শন কৰিছিল আৰু এখন টেনিছ একাডেমী আৰু ক্ৰীড়া সামগ্ৰীৰ দোকান খোলাৰ প্ৰতিশ্ৰুতি দিছিল।

বাদশ্বাহপুৰ আৰক্ষী থানাত আইপিচি ধাৰা ৩৪, ১২০-B, ৪০৬ আৰু ৪২০ ৰ অধীনত এজাহাৰ খন পঞ্জীয়ন কৰা হৈছে।

“আদালতৰ নিৰ্দেশ অনুসৰি এজাহাৰ পঞ্জীয়ন কৰা হৈছে আৰু আমি বিষয়টো পৰ্যালোচনা কৰি আছো। তদন্ত চলি আছে।” আৰক্ষী চকীৰ বিষয়া দিনকাৰে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm
কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd