• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এজন ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
November 3, 2020 10:22 am
Mizoram-1140x570

সোমবাৰে নিশালৈকে শান্তিপূৰ্ণ অসম-মিজোৰাম সীমান্ত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ অসমৰ কাছাৰ জিলাৰ এজন ৪৮বছৰীয়া ব্যক্তিৰ কলাশিৱ জিলাৰ জিলাৰ ভেইৰেংটেৰ এখন হাস্পাতলত সোমবাৰে মৃত্যু ধটাৰ পাছত অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনাই বিৰাজ কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৃত ব্যক্তিজনক কাছাৰ জিলাৰ লাইলাপুৰৰ বাসিন্দা ইন্টিয়াজ আলী বুলি চিনাক্ত কৰা হৈছে। তেওঁ ইন্টাজুল লস্কৰ নামেৰেও পৰিচিত আছিল।

Apply Now

মিজোৰামৰ আৰক্ষী মহা পৰিদৰ্শক (সদৰ) জন নেইহলিয়াই দাবী কৰা মতে এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী হিচাপে পৰিচিত লাইলাপুৰৰ আলীয়ে দেওবাৰে বিয়লি মউটুই জাও বনাঞ্চল এলেকাত দুজন স্থানীয় লোকক ড্ৰাগছ হস্তান্তৰ কৰিবলৈ চেষ্টা কৰাৰ সময়তে ইয়ং মিজো এছ’চিয়েশ্যনৰ সদস্যই তেওঁক কৰায়ত্ত কৰে।

সদস্যসকলৰ হাতৰ পৰা পলাই সাৰিব খুজি খাৱৈত জাপ দিয়াৰ পাছত তেওঁ দুয়োটা খাৰুগাঁঠিত আঘাত পায়।

ইয়াৰ পাছতে মিজো এছ’চিয়েশ্যনৰ সদস্যই আলীক আবকাৰী তথা নাৰক’টিকছ বিভাগৰ হাতত গটাই দিয়ে। তেওঁক নাৰক’টিকছ ড্ৰাগছ এণ্ড ছাইক’ট্ৰ’পিক ছাবষ্টেন্সেছ এক্ট,১৯৮৫ অধীনৰ ২১(এ) ধাৰাত গ্ৰেপ্তাৰ কৰা হয়।

তেওঁক দুৰ্বল হৈ পৰাৰ বাবে ভেইৰেংটেৰ কমিউনিটি হেলথ চেন্টাৰত ভৰ্তি কৰোৱা হৈছিল।

আৰক্ষী মহাপৰিদৰ্শক নেইহলিয়াই জানিবলৈ দিয়ে যে সোমবাৰে পুৱা ১০.৩০ বজাত তেওঁৰ মৃত্যু হয়।

তেওঁৰ মৃত্যুৰ পাছত ভেইৰেংটেৰ আৰক্ষীয়ে সোমবাৰে অস্বাভাৱিক মৃত্যুৰ বাবে এটা গোচৰ ৰুজু কৰে।

নেইহলিয়াই জানিবলৈ দিয়ে যে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ নিৰ্দেশনা অনুসৰি অনুসন্ধান আৰু মৰণোত্তৰ পৰীক্ষাৰ ভিডিঅ’গ্ৰাফী কৰা হৈছে আৰু দণ্ডাধীশ পৰ্যায়ৰ তদন্তও আৰম্ভ কৰা হৈছে।

মঙলবাৰে মৃতদেহটো পৰিয়ালক বা অসম আৰক্ষীক গটাই দিয়া হ’ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।

একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অস্বীকাৰ কৰি কলাশিৱ জিলাৰ আৰক্ষী অধীক্ষক ভেনলালফাকা ৰালটেই দাবী কৰে যে তেওঁক গ্ৰেপ্তাৰ কৰাৰ সময়ত কোনো লোকে তেওঁক আক্ৰমণ কৰা নাছিল আৰু ঘটনাটোৰ বৰ্তমান চলি থকা সীমান্তৰ সংঘাতৰ সৈতে কোনো সম্পৰ্ক নাই।

তেওঁ দাবী কৰে যে আলী এজন ড্ৰাগছ সৰবৰাহকাৰী হিচাপে জনাজাত আছিল।

ইয়াৰ মাজতে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক ভানৱাৰ লাল মীনাই কলাশিৱৰ আৰক্ষী অধীক্ষকলৈ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ঘটনাত প্ৰযোজ্য ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ সকলো নিৰ্দেশনা অনুসৰণ কৰিবলৈ আৰু তদন্তৰ বাবে লিখিত পত্ৰ প্ৰেৰণ কৰে।

মৃতকৰ পৰিয়ালে অভিযোগ কৰিছে যো আলীয়ে এক বনাঞ্চল এলেকাৰ পৰা কাঠ আনিবলৈ যোৱাৰ সময়ত  নিৰুদ্দেশ হৈছিল আৰু ধলাই আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল।

সোমবাৰৰ নিশালৈকে সীমান্ত অঞ্চলত শান্তি বিৰাজ কৰি আছিল যদিও এই গটনাৰ পাছতে অঞ্চলটোত পুনৰ উত্তেজনা বিৰাজ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd