DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মণিপুৰত পুনৰ হিংসা! চুৰাচান্দপুৰৰ পৰা আহিছে দুষ্কৃতিকাৰীয়ে মুকলিকৈ গুলী চলোৱা ঘটনাৰ খবৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2023 4:26 pm
2.2k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ সমীপৰ পৰা বৃহস্পতিবাৰে (১১ মে’) পুৱা নতুনকৈ হিংসাত্মক ঘটনাৰ খবৰ পোৱা গৈছে।

ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাৰ কংভাইৰ সমীপত মলংগাট গাঁৱৰ পৰা হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।

বাতৰি অনুসৰি, দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে দুৰ্বৃত্তই মুকলিকৈ গুলী চলোৱাৰ এই গুলীচালনাৰ কাণ্ড সংঘটিত হয়।

লগতে পঢ়ক: শিলচৰত কাৰাগাৰ ভাঙি পলাল হত্যাত অভিযুক্ত দুই অপৰাধী

চুৰাচান্দপুৰ জিলাত বৃহস্পতিবাৰে (১১ মে’) পুৱা প্ৰায় ৮ বজাত এই সতেজ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।

অঞ্চলটোত অগ্নিসংযোগৰ ঘটনাও সংঘটিত হোৱা বুলি জানিব পৰা গৈছে আৰু ইয়াৰে কিছুমান ঘৰত দুষ্কৃতিকাৰীয়ে জুই লগাই দিছে।

ইপিনে, পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তা বাহিনী ঘটনাস্থলীত উপস্থিত হয়।

লগতে পঢ়ক: কেজৰিৱালৰ হাতত ‘পৰাস্ত’ কেন্দ্ৰ; দিল্লী ‘চলোৱাৰ’ যুঁজত পালে বৃহৎ জয়: ৰায় উচ্চতম ন্যায়ালয়ৰ

উল্লেখ্য যে যোৱা সপ্তাহত ৰাজ্যখনত মেইটেইসকলে জনজাতীয় মৰ্যাদা বিচৰা দাবীৰ বিৰুদ্ধে খিলঞ্জীয়া জনগোষ্ঠীসমূহে বিশেষকৈ কুকিসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত মণিপুৰত ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল।

মণিপুৰত সংঘটিত ব্যাপক হিংসাৰ ফলত কমেও ৬০ জন লোক নিহত হোৱাৰ লগতে ৩০ হাজাৰৰো অধিক লোক গৃহহীন হৈ পৰে।

লগতে পঢ়ক: পুনৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব নোৱাৰিব উদ্ধৱ থাকৰে – উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

মণিপুৰৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ মুঠ ১২৮টা কলম বা প্ৰায় ১০ হাজাৰ জোৱানে ফ্লেগমাৰ্চ অব্যাহত ৰাখিছে। 

Recent News

বিয়াৰ পূৰ্বে কি কি জানি ল’ব লাগে? শ্বাহিদ কাপুৰে ক’লে নিজৰ অভিজ্ঞতাৰ কথা

বিয়াৰ পূৰ্বে কি কি জানি ল’ব লাগে? শ্বাহিদ কাপুৰে ক’লে নিজৰ অভিজ্ঞতাৰ কথা

মৰ্মান্তিক! গণেশগুৰিত ৰয়েল গ্ল’বেলৰ বাছৰ খুন্দাত কৰুণ মৃত্যু একাদশ শ্ৰেণীৰ ছাত্ৰীৰ

মৰ্মান্তিক! গণেশগুৰিত ৰয়েল গ্ল’বেলৰ বাছৰ খুন্দাত কৰুণ মৃত্যু একাদশ শ্ৰেণীৰ ছাত্ৰীৰ

বিশ্ববিদ্যালয়ৰ চৌহদত গুলীচালনা  : ৭ জন নিহত,  চাৰিটা বন্দুক লৈ সোমাই আহিল ১৯ বছৰীয়া যুৱক

বিশ্ববিদ্যালয়ৰ চৌহদত গুলীচালনা  : ৭ জন নিহত,  চাৰিটা বন্দুক লৈ সোমাই আহিল ১৯ বছৰীয়া যুৱক

চকু খোল খাব আপোনাৰ : জানি লওঁক চাণক্যই কোৱা এই কেইটা কথা

চকু খোল খাব আপোনাৰ : জানি লওঁক চাণক্যই কোৱা এই কেইটা কথা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd