• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মাৰ্চৰ পৰা সকলো যাত্ৰীৰ বাবে বাধ্যতামূলক হ’ব চীট বেল্ট পৰিধান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 7, 2020 4:22 pm

1 min read

Lockdown: Validity of documents related to Motor Vehicles Act to be valid till June 30

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

17.1k
VIEWS
Share on FacebookShare on Twitter

মাৰ্চৰ পৰা একমাত্ৰ চালকেই নহয় সকলোধৰণৰ যান-বাহনৰ যাত্ৰীয়ে চীট বেল্ট পৰিধান কৰিব লাগিব।

সংশোধিত যান-বাহন আইন অনুসৰি যান-বাহনত যাত্ৰীসকলৰ বাবে চীট বেল্ট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছিল যদিও ৰাজ্যসমূহত ইয়াৰ কাৰ্য্যকৰীকৰণত পলম হৈছে।

নতুন আইন অনুসৰি যদিহে যাত্ৰীসকলে চীট বেল্ট পৰিধান নকৰে তেনেহ’লে বাহনখনৰ গৰাকীয়ে ১০০০ টকা জৰিমনা ভৰিব লাগিব।

ইয়াৰ পূৰ্বে কেবল মাত্ৰ চালক আৰু আগৰ চীটত বহা যাত্ৰীৰ বাবেহে চীট বেল্ট পৰিধান কৰাটো বাধ্যতামূলক আছিল।

‘দুচকীয়া বাহনত যাত্ৰীসকলে হেলমেট পৰিধান কৰাৰ নিচিনাকৈ চাৰিচকীয়া আৰু সকলো বাহনত যাত্ৰীসকলে চীট বেল্ট পৰিধান কৰা উচিত আৰু ইয়াৰ প্ৰতি সচেতনতা সৃষ্টিৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব। আমাৰ বিষয়া সকলে ইতিমধ্যে এই সম্পৰ্কত কাম আৰম্ভ কৰিছে,’’ যান-বাহন বিভাগৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়াই এনেদৰে কয়।

চীট বেল্ট পৰিধান কৰিলে দুৰ্ঘটনাৰ সময়ত পোৱা আঘাতৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষণাই চীট বেল্ট পৰিধান কৰিলে দুৰ্ঘটনাত মৃত্যুৰ সম্ভাৱনাও ২৫ শতাংশলৈ হ্ৰাস পাই বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd