DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যিকোনো মুহূৰ্ততে ভাৰতক প্ৰত্যৰ্পন কৰা হ’ব বিজয় মালিয়াক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2020 11:02 pm
Fugitive businessman Vijay Mallya to be extradited anytime soon
1.2k
VIEWS
Share on FacebookShare on Twitter

পলাতক ভাৰতীয় ব্যৱসায়ী বিজয় মালিয়াক যিকোনো মুহূৰ্ততে ভাৰতক প্ৰত্যৰ্পন কৰা হ’ব।

শীৰ্ষ চৰকাৰী সূত্ৰৰ ভিত্তিত প্ৰকাশিত বাতৰিত কোৱা হৈছে যে ভাৰতলৈ মালিয়াৰ প্ৰত্যৰ্পন বিষয়ক আইনী প্ৰক্ৰিয়াসমূহ ইতিমধ্যে সম্পূৰ্ণ হৈছে।

ভাৰতলৈ প্ৰত্যৰ্পনক প্ৰত্যাহ্বান জনাই মালিয়াই ইউ কেৰ শীৰ্ষ আদালতত কৰা আৱেদন যোৱা ১৪ মে’ত খাৰিজ হৈছিল।

অৱশ্যে মালিয়াক কোন দিনা প্ৰত্যৰ্পন কৰা হ’ব সেই কথা এতিয়াও প্ৰকাশ পোৱা নাই।

প্ৰাক্তন সাংসদ, সুৰা সম্ৰাটৰূপে জনাজাত মালিয়াৰ বিৰুদ্ধে ৯০০০ কোটি টকাৰ জালিয়াতিৰ অভিযোগ আছে।

মালিয়াই অতি কমেও ১৭টা ভাৰতীয় বেংকক জালিয়াতি কৰিছিল।

মালিয়াই তেওঁৰ বিৰুদ্ধে গোচৰ উঠাই লোৱাৰ বিনিময়ত ১০০ শতাংশ লোন ঘূৰাই দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ দি আহিছিল।

১৪ মে’ত আদালতৰ নিৰ্দেশৰ পিছতো মালিয়াই একেই প্ৰস্তাৱ দোহাৰিছিল, কিন্তু ভাৰত চৰকাৰ তেওঁৰ প্ৰস্তাৱত মান্তি হোৱা নাই।

চি বি আয়ে মালিয়া আৰু অন্যান্যৰ বিৰুদ্ধে ২০১৭ চনৰ ২৪ জানুৱাৰিত চাৰ্জশ্বীট দাখিল কৰিছিল।

একে বছৰেই তেওঁক প্ৰত্যৰ্পনৰ বাবে চি বি আয়ে কৰা অনুৰোধৰ পিছতে মালিয়াক ইউ কেৰ কৰ্তৃপক্ষসমূহে গ্ৰেপ্তাৰ কৰিছিল।

Recent News

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd