• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বেলজিয়ামত গ্ৰেপ্তাৰ জালিয়াতিৰে ১৩,৫০০ কোটি সৰকাই পলাই ফুৰা মেহুল চোক্সি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 14, 2025 12:07 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱ নেশ্যনেল বেংকৰ ঋণ জালিয়াতিৰ গোচৰৰ সৈতে জড়িত পলাতক হীৰা ব্যৱসায়ী মেহুল চোক্সিক বেলজিয়ামত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সোমববাৰে পুৱা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ সূত্ৰই এই কথা নিশ্চিত কৰিছে। শনিবাৰে গ্ৰেপ্তাৰ হোৱা ৬৫ বছৰীয়া চোক্ছি বৰ্তমান বেলজিয়ামৰ এখন কাৰাগাৰত আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে হীৰা ব্যৱসায়ী চোক্সিয়ে পঞ্জাৱ নেশ্যনেল বেংকৰ পৰা ১৩,৫০০ কোটি প্ৰৱঞ্চনাৰে সৰকাই দেশ এৰি পলায়ন কৰিছিল। এই বেংক প্ৰৱঞ্চনাত তেওঁৰ সৈতে ভতিজাক নীৰৱ মোদীও জড়িত হৈ আছিল। অভিযোগ অনুসৰি তেওঁলোকে মুম্বাইত থকা বেংকৰ ব্ৰেডী হাউছ শাখাৰ বিষয়াসকলক উৎকোচ দি লেটাৰ অৱ আণ্ডাৰটেকিং (এল অ’ ইউ) আৰু ফৰেইন লেটাৰ অৱ ক্ৰেডিট (এফ এল চি) ব্যৱহাৰ কৰিছিল।

Apply Now

ইয়াৰ পাছতে দেশৰ দ্বিতীয় বৃহত্তম বেংক পিএনবি মেহুল চোক্সি, নীৰৱ মোদী আৰু তেওঁৰ প্ৰতিষ্ঠান গীতাঞ্জলি জেমছৰ পৰিচালন সঞ্চালককে ধৰি কেইবাগৰাকী লোকৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ দাখিল কৰিছিল। পিএনবিত কেলেংকাৰি উত্থাপন হোৱাৰ কেইসপ্তাহমান পূৰ্বে ২০১৮ চনৰ জানুৱাৰী মাহত চোক্সি আৰু মোদীয়ে ভাৰতৰ পৰা পলায়ন কৰিছিল।

ইতিমধ্যে নীৰৱ মোদীক গ্ৰেপ্তাৰ ২০১৯ চনৰ মে’ মাহত লণ্ডনত মেট্ৰ’পলিটান পুলিচে গ্ৰেপ্তাৰ কৰিছিল। তেওঁক প্ৰত্যাৰ্পণৰ বাবে ভাৰতে চেষ্টা চলাই আছে। কিন্তু মোদীয়ে আইনী প্ৰত্যাহ্বান জনোৱাৰ বাবে তেওঁক ভাৰতলৈ প্ৰত্যাপৰ্ণ এতিয়াও সম্ভৱ হোৱা নাই।

ইপিনে ইকনমিক টাইমছে বাতৰি প্ৰকাশ কৰিছে যে, চোক্সীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ত মুম্বাইৰ আদালতে দুটা গোচৰত গ্ৰেপ্তাৰৰ পৰোৱানাৰ জাৰি কৰিছিল। যোৱা মাহত বেলজিয়ামৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতৰ এক সংবাদ সংস্থাক নিশ্চিত কৰিছিল যে মেহুল চোক্সি ইউৰোপৰ দেশখনতে আছে। খবৰ অনুসৰি মেহুল চোক্সিয়ে দেশখনত ‘ৰেচিডেন্সি কাৰ্ড’ লাভ কৰি পত্নী তথা বেলজিয়ামৰ নাগৰিক প্ৰীতি চোক্সিৰ সৈতে এণ্টৱাৰ্পত বাস কৰি আহিছে। এন্টিগুয়া আৰু বাৰবুডাৰ নাগৰিক হিচাপে তেওঁ দ্বীপ ৰাষ্ট্ৰখন এৰি কেন্সাৰৰ চিকিৎসাৰ বাবে ছুইজাৰলেণ্ডলৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি জানিব পৰা গৈছে।

২০২১ চনত এন্টিগুয়াৰ পৰা নিৰুদ্দেশ হৈছিল যদিও পিছত কেৰিবিয়ানৰ আন এখন দ্বীপ ৰাষ্ট্ৰ ডমিনিকাত তেওঁৰ সন্ধান লাভ কৰিছিল। ইয়াৰ প্ৰায় চাৰিটা বছৰৰ পিছত মহাপ্ৰৱঞ্চকগৰাকীক বেলজিয়ামত গ্ৰেপ্তাৰ কৰা হয়। এতিয়া বেলজিয়ামৰ পৰা চোক্সিক কেতিয়াকৈ ভাৰতলৈ প্ৰত্যাপৰ্ণ কৰা হয় সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

August 30, 2026 1:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd