• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 26, 2021 7:47 am

1 min read

santosh babu

শ্বহীদ কৰ্ণেল সন্তোষ বাবু।

222
VIEWS
Share on FacebookShare on Twitter

লাডাখ সীমান্তত চীনৰ সেনাৰ অনুপ্ৰৱেশ বীৰদৰ্পে ৰোধ কৰিছিল ভাৰতীয় সেনাই। তুষাৰাবৃত সীমান্তত যোৱা বৰ্ষৰ ১৫ জুনত বাস্তৱিতেই সৃষ্টি হৈছিল এক ইতিহাস। সেইদিনা সীমান্তত ভাৰতে হেৰুৱাইছিল বীৰ সন্তানক।

যোৱা বছৰৰ ১৫ জুনত লাডাখত চীনৰ আগ্ৰাসনক ভেটা দি যিসকল ভাৰতীয় সেনা জোৱানে চীনা সৈন্যক প্ৰত্যুত্তৰ দিছিল তাৰ ভিতৰত অন্যতম আছিল কৰ্ণেল সন্তোষ বাবু।

২০২১ৰ গণতন্ত্ৰ দিৱসত সন্তোষ বুবুক মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব। কেবল শ্বহীদ সন্তোষ বাবুৱে নহয়, আন ৫গৰাকী শ্বহীদ ভাৰতীয় সেনা জোৱানকো চক্ৰ সন্মানেৰে সন্মানিত কৰা হ’ব।

১৬ বিহাৰ ৰেজিমেন্টৰ জোৱান সন্তোষ বাবুৱে যোৱা ১৫ জুনত লাডাখৰ গালোৱানত চীনা সৈন্যৰ সৈতে যুঁজ দি দেশৰ বাবে আত্মবলিদান দিছিল। সেই সংৰ্ঘষত ২০ গৰাকী ভাৰতীয় সেনা জোৱান শ্বহীদ হৈছিল।

ভাৰতে সেই ৰক্তাক্ত ইতিহাস পাহৰা নাই। সোমবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণতো স্থান পাইছে সেই ঘটনা।

কোৰুকোন্দা সৈনিক স্কুলৰ পৰা দেৰাদূনৰ মিলিটাৰী একাডেমীত প্ৰশিক্ষণ লৈ সেনাত ভৰ্তি হৈছিল সন্তোষ বাবু।

সন্তোষ বাবুৰ উপৰি গণতন্ত্ৰ দিৱসত মৰণোত্তৰভাৱে চক্ৰ সন্মানেৰে সন্মানিত হৈছে চুবেদাৰ নাদুৰা চোৰেন, হাবিলদাৰ কে পালানি, তেজিন্দৰ সিং, নায়ক দীপক সিং আৰু গুৰুতেজ সিং।

আজি দিল্লীৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত তেওঁলোকৰ পৰিয়ালৰ হাতত এই সন্মান তুলি দিয়া হ’ব।

Recent News

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

index-12-750x376

অগপই প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা : তেজপুৰত বৃন্দাবন বাহিৰ; বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাক প্ৰাৰ্থীত্ব

প্ৰত্যাৱৰ্তন সুখকৰ নহ’ল ভাৰতীয় মহিলা ক্ৰিকেট টীমৰ, দক্ষিণ আফ্ৰিকাৰ হাতত শোচনীয় পৰাজয়

প্ৰত্যাৱৰ্তন সুখকৰ নহ’ল ভাৰতীয় মহিলা ক্ৰিকেট টীমৰ, দক্ষিণ আফ্ৰিকাৰ হাতত শোচনীয় পৰাজয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd