• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

PUBG বাদ দিয়ক – কিয়নো উত্তৰ-পূব ভাৰতৰ পটভূমিতে নিৰ্মাণ হৈছে PUBG সুলভ অন্য এক গেম; অহাকালি Play Store-ত শুভমুক্তি

জুবিন গাৰ্গৰ মিছন চাইনাৰ আধাৰত নিৰ্মাণ কৰি উলিওৱা হৈছে মিছন চাইনা – ডি গেম

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2019 3:06 pm
Mission China
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দু:সাহসিক ক্ৰীড়াৰ প্ৰতি নিচা থকা আৰু জুবিন গাৰ্গৰ অনুৰাগীসকলৰ বাবে এটা ভাল খৱৰ। অহা শনিবাৰেই আপুনি ল’ব পাৰিব এই শিহৰণকাৰী অভিজ্ঞতাৰ আনন্দ।

অসমীয়া চলচ্চিত্ৰ ‘মিছন চাইনা’ৰ অৱলম্বনত নিৰ্মিত উত্তৰ-পূবৰ প্ৰথম চিনেমেটিক থ্ৰি-ডি এণ্ড্ৰইড গেমৰ জৰিয়তে ভাৰত-চীন সীমান্তৰ এক শিহৰণকাৰী উদ্ধাৰ অভিযানৰে ভাৰ্ছুৱেল পৃথিৱীৰ মাজত ডুব যাব পাৰিব। দ্য টেলিগ্ৰাফ কাকত প্ৰকাশ পাইছে এই বাতৰি।

Apply Now

শনিবাৰে এই গেমটো গুগল প্লে’ ষ্ট’ৰত উপলব্ধ হ’ব। ২০১৭ চনৰ উগ্ৰপন্থীৰ সৈতে মোকাবিলা কৰা চোৰাংচোৱাৰ থ্ৰিলাৰে দৰ্শকক, বিশেষকৈ যুৱ মনক কল্পনাৰ মাজলৈ লৈ যাব। ইয়াত এটা মোবাইল গেমৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰমোশ্যন কৰা হৈছে।

পত্নী গৰিমা শইকীয়া সহ প্ৰযোজক হিচাপে থকা ছবিখনৰ পৰিচালক হিচাপেও আছে জুবিন গাৰ্গ।

এই গেমটো নিৰ্মাণ কৰি উলিওৱাৰ বাবে শিৱসাগৰ কমাৰ্চ কলেজৰ কম্পিউটাৰ স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰ অংশুমান গগৈ আৰু তেওঁৰেই সতীৰ্থ অংকুৰজ্যোতি হাতীবৰুৱাই যথেষ্ট অহোপুৰুষাৰ্থ কৰিছে।

অংশুমানে জানিবলৈ দিয়ে যে তেওঁ মিছন চাইনাৰ স্মৃতি সংৰক্ষণ কৰি ৰখাৰ সহায় কৰিবলৈ কিবা এটা কৰাৰ কথা চিন্তা কৰিছিল।

ছবিখনত জুবিন গাৰ্গে নায়ক কৰ্ণেল গোস্বামীৰ ভূমিকাত অৱতীৰ্ণ হৈছে আৰু যিয়ে তেওঁৰ তিনিজন বিশ্বস্ত সহযোগী সৈনিকৰ সৈতে ভাৰত-চীন সীমান্তত ৰাজনৈতিক কাৰণত অপহৰণ কৰি নিয়া এগৰাকী কণমানি ছোৱালীক উদ্ধাৰ কৰিবলৈ অভিযান চলায়।

‘’মই অভিলেখ সৃষ্টিকাৰী অসমীয়া চলচ্চিত্ৰখন দুবাৰ চাইছো আৰু ইয়াৰ কাৰিকৰী প্ৰদৰ্শন তথা কাহিনীৰ ক্ষিপ্ৰ গতি ভাল পাইছিলো। মই ভাল অসমীয়া ছবি পছন্দ কৰো আৰু জুবিন দাক লগ ধৰি নতুন কিবা এটা কৰাৰ কথা আলোচনা কৰাৰ কথা ভাৱিছিলো যিটোৱে মিছন চাইনাক সংৰক্ষণ কৰাত সহায় কৰিব পাৰে,’’-অংশুমানে কয়।

তেওঁ লগতে কয়,’’আমি শিৱসাগৰত জুবিনদাক লগ কৰি আমি নিৰ্মাণ কৰিব খোজা গেমটোৰ এটা ডেম’ দেখুৱাইছিলো। তেওঁ আমাৰ কামটো ভাল পাইছিল আৰু আমাক নিষ্ঠাৰে কাম কৰিবলৈ উৎসাহিত কৰিছিল। ভিডিঅ’ গেমটো মই, অংকুৰজ্যোতি আৰু ৰিতপৰ্ণ বৰাৰ এটা টীম ৱৰ্কৰ ফল। ৰিতুপৰ্ণই গেমটোৰ প’ষ্টাৰ আৰু টীজাৰ ডিজাইন কৰিছে।‘’

ইয়াৰ জৰিয়তে জুবিন গাৰ্গেও ভিডিঅ’ গেমত ৰূপায়িত হোৱা প্ৰথমগৰাকী শিল্পী হিচাপে পৰিচিত হ’ব।

বিভিন্ন প্ৰত্যাহ্বানলমূহ পূৰণ কৰিবলৈ পৰ্যায়ক্ৰমে মিছন থাকিব। কৰ্ণেল গোস্বামীয়ে নায়কৰ ৰূপত থাকিব। গেমটোত চলচ্চিত্ৰখনৰো কেইবাটাও দৃশ্য থাকিব।

ইয়াৰ মুখ্য চৰিত্ৰসমূহৰ কেইটামান হৈছে আৰক্ষী মহা পৰিদৰ্শক জি পি শৰ্মা, লামা, ড০ গৰিমা আৰু য়ানকি।

জুবিনে শিৱসাগৰৰ জোনছকায়া ৰিজৰ্টত চূড়ান্ত গেমৰ ফাইলটো খেলি গেমটো মুকলি কৰিব আৰু শনিবাৰৰ পৰা গুগল প্লে’ ষ্ট’ৰত গেমটো উপলব্ধ হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd