• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

Gandhi Jayanti 2024: জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীত তেওঁৰ কেইটামান বিখ্যাত উক্তি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 2, 2024 8:00 am
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তী। এই উপলক্ষে তেওঁৰ কেইটামান সোণসেৰীয়া বিখ্যাত উক্তি আগবঢ়োৱা হ‘ল-

১) “যদি আপুনি বিশ্বত পৰিৱৰ্তন চাব বিচাৰে তেন্তে আপুনি নিজেই সেই পৰিৱৰ্তন হৈ উঠিব লাগিব যিটো আপুনি গোটেই বিশ্বতে চাব বিচাৰে।”

Apply Now

২) “নিজক বিচাৰি পোৱাৰ আটাইতকৈ উত্তম উপায় হ‘ল নিজকে আনৰ সেৱাত নিয়োজিত কৰা। আনৰ সেৱাত নিজকে হেৰুৱাই পেলালেই নিজকে বিচাৰি পোৱা যাব।‘’

৩) “বিশ্বত মদু জোকাৰণি দিলেই আপুনি পৰিৱৰ্তন আনিব পাৰিব।”

৪) “আপুনি আজি যি কৰিবলৈ বিচাৰে তাৰ ওপৰতে আপোনাৰ ভৱিষ্যত নিৰ্ভৰ কৰে।”

৫) “আপোনাৰ কৰ্মৰ ফলাফল কি হ‘ব আপুনি নাজানে। কিন্তু, আপুনি যদি কোনো কামেই নকৰে, তেন্তে আপুনি কোনো ফলাফলেই নাপাব।‘’

৬) ‘’দুৰ্বল মানুহে কেতিয়াও ক্ষমা কৰিব নোৱাৰে। ক্ষমা কৰাটো এজন শক্তিশালী ব্যক্তিৰ চৰিত্ৰ।‘’

৭) মহাত্মা গান্ধীয়ে কৈছিল, “চকুৰ সলনি চকু কাঢ়ি ল‘লে গোটেই পৃথিৱী অন্ধ হৈ পৰিব।” 

৮) হিন্দুত্বই মোক পূৰ্ণৰূপে তৃপ্তিদান কৰে, মোৰ সত্তাক পৰিপূৰ্ণ কৰে…। যেতিয়া মনত সংশয় জন্মে, যেতিয়া হতাশাই মোক আগুৰি ধৰে, আৰু যেতিয়া মই দিগন্তত এক বিন্দু পোহৰো দেখা নাপাওঁঁ, তেতিয়াই মই ভাগৱত গীতাৰ ফালে চাওঁ, আৰু নিজকে শান্ত কৰাৰ কাৰণে একোটা পংক্তি বিচাৰোঁ, আৰু মই অনতিপলমে অত্যধিক কষ্টৰ মাজতো সুখ অনুভৱ কৰোঁ। মই ভাগৱত গীতাৰ শিক্ষাৰ ওচৰত কৃতজ্ঞ।

৮) যদি খ্ৰীষ্টান ধৰ্মক নিখুঁত আৰু সৰ্বশ্ৰেষ্ঠ বুলি মানি ল‘ব নোৱাৰি, তেন্তে হিন্দু ধৰ্মকো নিখুঁত আৰু সৰ্বশ্ৰেষ্ঠ বুলি ক‘ব নোৱাৰি। হিন্দু ধৰ্মৰ ত্ৰুটিবিলাক মোৰ দৃষ্টিগোচৰ হৈছে। যদি অস্পৃশ্যতা হিন্দু ধৰ্মৰে অংশ হয়, ই এই ধৰ্মৰ এটি বেয়া অংশ। বেদবাক্যবিলাক ঈশ্বৰৰ অনুপ্ৰাণিত উক্তি বোলাৰ কাৰণ কি? যদি এইবিলাক ঈশ্বৰ অনুপ্ৰাণিত হয়, তেন্তে বাইবেল বা কোৰান কিয় নহয়? খ্ৰীষ্টান বন্ধুৱে যেনেদৰে মোক ধৰ্মান্তৰিত কৰাৰ প্ৰবল চেষ্টা কৰিছিল, ঠিক তেনেদৰে মুছলিম বন্ধুৱেও কৰিছিল। আব্দুল্লা শেঠে ইছলাম ধৰ্ম চৰ্চা কৰিবলৈ মোক প্ৰৰোচিত কৰিছিল আৰু সকলো সময়তে এই ধৰ্মৰ সৌন্দৰ্য বৰ্ণনা কৰি থাকে।
যেতিয়া আমাৰ নৈতিক ভিত্তি হেৰাই যায়, তেতিয়া ধাৰ্মিক হৈ একো লাভ নাই। উদাহৰণস্বৰূপে মিছলীয়া, নিৰ্দয় আৰু আত্মসংযমহীন লোকে ঈশ্বৰ তেওঁৰ সৈতে আছে বুলি দাবী কৰিব নোৱাৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

CJI সূৰ্য্য কান্তক সমাৱৰ্তনত মুখ্য অতিথি কৰাত আপত্তি; NALSAR কৰ্তৃপক্ষলৈ চিঠি ৪৫০ জনতকৈ অধিক শিক্ষাৰ্থীৰ

CJI সূৰ্য্য কান্তক সমাৱৰ্তনত মুখ্য অতিথি কৰাত আপত্তি; NALSAR কৰ্তৃপক্ষলৈ চিঠি ৪৫০ জনতকৈ অধিক শিক্ষাৰ্থীৰ

August 10, 2026 8:26 am
জনৰোষৰ বলি প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী! বংগৰ হালিচহৰত আক্ৰমণৰ সন্মুখীন তৃণমূল নেত্ৰী

জনৰোষৰ বলি প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী! বংগৰ হালিচহৰত আক্ৰমণৰ সন্মুখীন তৃণমূল নেত্ৰী

August 10, 2026 7:49 am
বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহা দান, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান

বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহা দান, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান

August 9, 2026 10:00 pm
আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

August 9, 2026 8:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

CJI সূৰ্য্য কান্তক সমাৱৰ্তনত মুখ্য অতিথি কৰাত আপত্তি; NALSAR কৰ্তৃপক্ষলৈ চিঠি ৪৫০ জনতকৈ অধিক শিক্ষাৰ্থীৰ

CJI সূৰ্য্য কান্তক সমাৱৰ্তনত মুখ্য অতিথি কৰাত আপত্তি; NALSAR কৰ্তৃপক্ষলৈ চিঠি ৪৫০ জনতকৈ অধিক শিক্ষাৰ্থীৰ

August 10, 2026 8:26 am
জনৰোষৰ বলি প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী! বংগৰ হালিচহৰত আক্ৰমণৰ সন্মুখীন তৃণমূল নেত্ৰী

জনৰোষৰ বলি প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী! বংগৰ হালিচহৰত আক্ৰমণৰ সন্মুখীন তৃণমূল নেত্ৰী

August 10, 2026 7:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd