• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মূৰৰ দাম ১ লাখ! আৰক্ষীৰ এনকাউণ্টাৰত নিহত কুখ্যাত গেংষ্টাৰ বিনোদ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 5, 2024 12:58 pm
ফটো সৌজন্যঃ ইংৰাজী জাগৰণ।

ফটো সৌজন্যঃ ইংৰাজী জাগৰণ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ এনকাউণ্টাৰত নিহত গেংষ্টাৰ। উত্তৰ প্ৰদেশ আৰক্ষীৰ এছটিএফে বিগত চাৰি-পাঁচ দিন ধৰি এই কুখ্যাত গেংষ্টাৰটোৰ ওপৰত চকু ৰাখিছিল। বৃহস্পতিবাৰে আৰক্ষীৰ সৈতে হোৱা গুলীচালনাত নিহত হয় কুখ্যাত গেংষ্টাৰ বিনোদ উপাধ্যায়। উল্লেখ্য যে যোৱা কেইবছৰমানৰ পৰা উত্তৰ প্ৰদেশত এনকাউণ্টাৰত মৃত্যুৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। সেই তালিকাত আছে কেইবাজনো কুখ্যাত অপৰাধী।

উত্তৰ প্ৰদেশৰ চুলতানপুৰত বিনোদে কাৰোবাক হত্যা কৰিবলৈ আহিব বুলি আৰক্ষীৰ হাতত তথ্য আছিল। সূত্ৰৰ পৰা জানিব পৰা মতে, উত্তৰ প্ৰদেশ আৰক্ষীৰ এছটিএফে এই তথ্য লাভ কৰাৰ পিছত বিনোদৰ গতিবিধিৰ ওপৰত কঠোৰ নিৰীক্ষণ আৰম্ভ কৰে। বিনোদ চুলতানপুৰ পোৱাৰ লগে লগে তালাচী অভিযানে তেওঁক বিচাৰি অভিযান আৰম্ভ কৰে। কুখ্যাত গেংষ্টাৰে বিপদ দেখি পলাবলৈ চেষ্টা কৰে। সেই সময়ত তেওঁ আৰক্ষীৰ সৈতে গুলীচালনাত লিপ্ত হয়।

লগতে পঢ়কঃ চন্দ্ৰৰ পিছত সূৰ্য জয়! আদিত্য-এল১ মিছনৰ ডাঙৰ আপডেট; অধীৰ আগ্ৰহেৰে অপেক্ষা দেশবাসীৰ

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে মাজনিশাৰ পৰা শুকুৰবাৰে পুৱালৈকে অব্যাহত থাকে গুলীয়াগুলী। দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষৰ সময়ত বিনোদৰ গাত কেইবাটাও গুলী লাগে। তেওঁক আহত অৱস্থাত উদ্ধাৰ কৰি জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাতেই তেওঁৰ মৃত্যু হয়।

বিনোদৰ পৰা উদ্ধাৰ হৈছে এটা চাবমেচিনগান আৰু এটা চাইনিজ পিষ্টল। মন কৰিবলগীয়া যে উত্তৰ প্ৰদেশ আৰক্ষীৰ ৱাণ্টেড লিষ্টত দীৰ্ঘদিন ধৰি বিনোদৰ নাম আছিল। তেওঁৰ মূৰৰ বাবে ১ লাখ টকা মূল্য বান্ধি দিয়াও হৈছিল।

লগতে পঢ়কঃ কম বয়সীয়া নাৰী পছন্দ আছিল বিল ক্লিণ্টনৰ! নাৰী নিৰ্যাতনকাৰী এপষ্টেইনৰ নথিত চাঞ্চল্যকৰ তথ্য

বিনোদৰ বিৰুদ্ধে হত্যা, ডকাইতি, চৰকাৰী বিষয়াক হত্যাৰ ভাবুকি দিয়া, চুৰিকে ধৰি মুঠ ৩৫টা অভিযোগ আছে। বিগত বছৰ অবৈধ নিৰ্মাণৰ বাবে বিনোদৰ বিশাল ঘৰটো বুলডজাৰেৰে ভাঙি দিয়া হৈছিল। তেওঁক গতাই দিব পাৰিলে ৫০ হাজাৰ টকীয়া পুৰস্কাৰ ঘোষণা কৰা হৈছিল। পিছত পুৰস্কাৰৰ ধন দুগুণ কৰা হয়। অৱশেষত যোগী ৰাজ্যৰ গেংষ্টাৰজনক আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

October 21, 2026 7:22 am
ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

October 20, 2026 8:13 pm
এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

October 20, 2026 6:35 pm
ধন, ক্ষমতা, খ্যাতি আৰু ড্ৰাগছৰ মোহ : অপৰাধৰ জগতত সোমাই ওলাই অহাৰ বাট হেৰুওৱা যুৱ প্ৰজন্ম

ধন, ক্ষমতা, খ্যাতি আৰু ড্ৰাগছৰ মোহ : অপৰাধৰ জগতত সোমাই ওলাই অহাৰ বাট হেৰুওৱা যুৱ প্ৰজন্ম

October 20, 2026 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

October 21, 2026 7:22 am
ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

October 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd