• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধ*ৰ্ষণৰ বলি ২৬ সপ্তাহৰ গৰ্ভৱতী নাবালিকাক গৰ্ভপাতৰ অনুমতি দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 12, 2024 12:18 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী উচ্চ ন্যায়ালয়ে তিনিচুকীয়াৰ ডুমডুমাৰ দলবদ্ধ ধৰ্ষণৰ বলি ১৫ বছৰীয়া এগৰাকী কিশোৰীক শীঘ্ৰে গৰ্ভপাতৰ বাবে চিকিৎসাৰ নিৰ্দেশ দিছে।

১৯৭১ চনৰ মেডিকেল টাৰ্মিনেচন অৱ প্ৰেগনেন্সি (এমটিপি) এক্ট মতে সাধাৰণতে ২৪ সপ্তাহৰ পিছত গৰ্ভপাত নিষিদ্ধ যদিও নাবালকগৰাকী এতিয়া ২৬ সপ্তাহৰ ওপৰত গৰ্ভৱতী হোৱা সত্তেও আদালতৰ এই নিৰ্দেশনা আহিছে।

Apply Now

২০২৪ চনৰ ২৯ নৱেম্বৰত প্ৰকাশিত এক বাতৰিৰ ভিত্তিত আদালতে নিজাববীয়াকৈ লোৱা গোচৰত ভাৰতীয় সংবিধানৰ ২২৬ নং অনুচ্ছেদৰ অধীনত নিজৰ ক্ষমতা প্ৰয়োগ কৰি এই নিৰ্দেশনা জাৰি কৰে।

উক্ত বাতৰিৰ প্ৰতিবেদনত নাবালিকাগৰাকীৰ দুৰ্দশাৰ ওপৰত আলোকপাত কৰা হৈছিল, যি অভিযোগ অনুসৰি চাৰিগৰাকী নাবালককে ধৰি সাতজন ব্যক্তিৰ দলবদ্ধ ধৰ্ষণৰ ফলত গৰ্ভৱতী হৈছিল।

তিনিচুকীয়াৰ জিলা আইন সেৱা প্ৰাধিকৰণ (ডি এল এছ এ)ৰ কাষ চাপি অহাৰ পিছতে ভুক্তভোগীৰ পৰিয়ালৰ লোকে গৰ্ভপাত কৰাৰ বাবে সন্মতি দিয়ে।

এমটিপি আইনৰ অধীনত গঠন কৰা মেডিকেল ব’ৰ্ডে ৰক্তক্ষৰণ আৰু ভৱিষ্যতে বন্ধ্যাত্বৰ দৰে সম্ভাৱ্য জটিলতা সত্ত্বেও ভুক্তভোগীগৰাকীক গৰ্ভপাতৰ চিকিৎসা পদ্ধতিৰ বাবে উপযুক্ত বুলি বিবেচনা কৰে।

আদালতে নিৰ্ণয় কৰে যে ভুক্তভোগীৰ শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাবে বিপদটোৱে এই পদ্ধতিৰ প্ৰত্যাহ্বানক অতিক্ৰম কৰিব।

ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডে উল্লেখ কৰে যে গৰ্ভাৱস্থা বন্ধ কৰাৰ লগত জড়িত বিপদসমূহ সম্পূৰ্ণ কাল আগবঢ়াই নিয়া বিপদৰ সৈতে তুলনাযোগ্য।

উচ্চ ন্যায়ালয়ে মেডিকেল ব’ৰ্ড আৰু তিনিচুকীয়াৰ শিশু কল্যাণ সমিতিক উপযুক্ত চিকিৎসালয়ত গৰ্ভপাতৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

অসম চৰকাৰক চিকিৎসা আৰু পৰিবহণৰ সকলো খৰচ বহন কৰাৰ লগতে নাবালিকা বাবে মানসিক পৰামৰ্শ প্ৰদান কৰি প্ৰাক আৰু পৰৱৰ্তী প্ৰক্ৰিয়াৰ আৰোগ্যৰ ক্ষেত্ৰত সহায় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ১৯ ডিচেম্বৰত পুনৰ গোচৰটো পুনৰীক্ষণ কৰা হ’ব বুলি আদালতে জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd