• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ প্ৰতিনিধিক জয়মালাক চোৱাৰ অনুমতি দিবলৈ তামিলনাডু চৰকাৰক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2022 8:27 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে তামিলনাডু চৰকাৰক হাতী জয়মালাৰ অৱস্থা পৰীক্ষা কৰিবলৈ অসমৰ এটা প্ৰতিনিধি দলক অনুমতি দিয়াৰ নিৰ্দেশ দিয়ে।

আদালতে তামিলনাডু চৰকাৰক গুৱাহাটীৰ পৰা দক্ষিণৰ ৰাজ্যখনৰ মন্দিৰলৈ লৈ যোৱা হাতীবোৰ পৰিদৰ্শন কৰাৰ সময়ত দলটোক নিৰাপত্তা প্ৰদান কৰিবলৈও নিৰ্দেশ দিছে।

ন্যায়াধীশ সুমন শ্যামে অসম চৰকাৰে দ্বাৰা দাখিল কৰা এখন আৱেদনৰ শুনানি গ্ৰহণ কৰি এক অন্তৱৰ্তীকালীন নিৰ্দেশ প্ৰদান কৰি কয় যে আদালতৰ নিৰ্দেশ হাতত পৰাৰ তিনি দিনৰ ভিতৰত হাতীবোৰ পৰিদৰ্শন কৰিবলৈ প্ৰতিনিধি দলটোক অনুমতি দিয়া উচিত।

Apply Now

লগতে পঢ়ক: অসমলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ ২৫০ কোটি টকা মুকলি কেন্দ্ৰৰ

ন্যায়াধীশগৰাকীয়ে তামিলনাডুৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানকো পৰিদৰ্শনৰ বাবে যোৱাৰ সময়ত অসম প্ৰতিনিধি দলক প্ৰয়োজনীয় নিৰাপত্তা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

তামিলনাডু চৰকাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ক ই লীজত লোৱা হাতীবোৰ অসমলৈ ঘূৰাই নিদিয়ে বুলি কোৱাৰ এদিন পিছত উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশটো আহিছে।

পিপল ফৰ এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলচ (পেটা)য়ে শেহতীয়াকৈ এটা ভিডিঅ’ মুকলি কৰি অভিযোগ কৰিছিল যে জয়মালাক চেন্নাইৰ শ্ৰীভল্লিপুথুৰৰ আন্দাল মন্দিৰত নিৰ্যাতন কৰা হৈছিল আৰু বন্দী কৰি ৰখা হৈছিল।

লগতে পঢ়ক: ৰাণী এলিজাবেথৰ কফিনৰ ওচৰলৈ যাবলৈ অনুমতি দিয়া নহয় চীনা প্ৰতিনিধিক!

ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে অসম চৰকাৰে হাতীটোৰ অৱস্থা পৰীক্ষা কৰি  হাতীটো ৰাজ্যলৈ উভতি অনাৰ পথ প্ৰশস্ত কৰিবলৈ হাতী বিশেষজ্ঞ, বন আৰু আৰক্ষী বিষয়াসকলক লৈ চাৰিজনীয়া সদস্যৰ এটা দল প্ৰেৰণ কৰিছিল।

অৱশ্যে তামিলনাডু চৰকাৰে প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱা নাছিল আৰু প্ৰতিনিধি দলটোক হাতীটোক পৰীক্ষা কৰিবলৈ বিচৰা অনুমতি প্ৰত্যাখ্যান কৰিছিল বুলি এডভোকেট জেনেৰেল দেবজিত শইকীয়াই জানিবলৈ দিয়ে।

শইকীয়াই কয়, “যিহেতু আমি এতিয়ালৈকে তামিলনাডু চৰকাৰৰ পৰা কোনো ইতিবাচক সঁহাৰি পোৱা নাছিলো, সেয়েহে এখন ৰিট আবেদন দাখিল কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু আজি ইয়াৰ শুনানি অনুষ্ঠিত হৈছিল।”

লগতে পঢ়ক: Gautam Adani: ক’ত ৰ’ল আম্বানি? বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত দ্বিতীয় স্থানত গৌতম আদানী

ন্যায়াধীশে কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰালয় আৰু তামিলনাডুৰ বন সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক জাননী জাৰি কৰিছে।

উচ্চ ন্যায়ালয়ে ২৮ ছেপ্টেম্বৰত শুনানিৰ পৰৱৰ্তী দিন নিৰ্ধাৰণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd