• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিডৰ হটস্পট ৰাজ্যৰ কাৰাগাৰ: গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ ল’লে গোচৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2020 8:33 pm
guwahati high court
224
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ কাৰাগাৰসমূহ এতিয়া মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ হটস্পট হৈ পৰিছে।

কাৰাগাৰৰ ভিতৰতে কোভিডত আক্ৰান্ত হৈছে কৃষক নেতা অখিল গগৈকে ধৰি আন বহু কেইজন লোক।

ৰাজ্যৰ কাৰাগাৰ সমূহৰ মহা পৰিদৰ্শক দশৰথ দাসে প্ৰকাশ কৰা অনুসৰি ৰাজ্যৰ ১০ খন কাৰাগাৰত এতিয়ালৈকে ৫৩৫ জন কাৰাবন্দী কোভিডত আক্ৰান্ত হৈছে।

ইয়াৰে ৪৩৫ জনেই হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাবন্দী।

কাৰাগাৰ সমূহ কোভিডৰ হটস্পটত পৰিণত হোৱাৰ বিষয়টোক লৈ বিশিষ্ট আইনবিদ নিলয় দত্তই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ যোৱা ১৭ জুলাইত এখন পত্ৰ লিখিছিল।

উক্ত পত্ৰ খনৰ আঁত ধৰিয়েই গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰাগাৰৰ ভিতৰত কোভিডৰ সংক্ৰমণৰ বিষয়টোক লৈ নিজাববীয়াকৈ এক গোচৰ পঞ্জীয়ন কৰিছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ মনীষ চৌধুৰীৰ খণ্ডপীঠে ৰাজ্যৰ কাৰাগাৰ সমূহৰ মহা পৰিদৰ্শকক কাৰাগাৰত কোভিডৰ সংক্ৰমণ সন্দৰ্ভত এক শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছে আৰু এই সম্পৰ্কীয় গোচৰৰ পৰৱৰ্তী শুনানী ৮ ছেপ্তেম্বৰত লোৱা হ’ব বুলি ঘোষণা কৰিছে।

মুখ্য ন্যায়াধীশ গৰাকীয়ে কাৰাগাৰৰ ভিতৰত কিদৰে কোভিডৰ মহা সংক্ৰমণ হবলৈ পালে সে সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে।

তেওঁ ৰাজ্যৰ সকলো কাৰাগাৰৰ সকলো কাৰাবন্দীৰে কোভিডৰ পৰীক্ষা সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে।

Tags: COVID-19

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd