• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ বিৰোধী দলপতিৰ স্বীকৃতি বাতিল কৰা নিৰ্দেশত স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2021 11:44 am
184
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ বিৰোধী দলপতিৰ স্বীকৃতি বাতিল কৰাৰ বাবে অসম বিধানসভাৰ অধ্যক্ষই জাৰি কৰা নিৰ্দেশনাত স্থগিতাদেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

অসম বিধানসভাৰ অধ্যক্ষই ১ জানুৱাৰিত দুগৰাকী কংগ্ৰেছৰ বিধায়কে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছতে দেৱব্ৰত শইকীয়াৰ বিৰোধী দলপতিৰ স্বীকৃতি বাতিল কৰিছিল।

নতুনকৈ দুগৰাকী কংগ্ৰেছৰ নেতাই বিজেপিত যোগদান কৰাৰ পাছতে ১২৬ জনীয়া অসম বিধানসভাত কংগ্ৰেছৰ সদস্যৰ সংখ্যা ২০ গৰাকীলৈ হ্ৰাস পাইছিল।

বিৰোধী দলপতিৰ স্বীকৃতি ধৰি ৰখাৰ বাবে প্ৰয়োজনীয় ১২৬ জনীয়া বিধানসভাত কংগ্ৰেছৰ এক ষষ্ঠাংশ সংখ্যা নাই বুলি বিধানসভাৰ অধ্যক্ষই এক নিৰ্দেশনাত উল্লেখ কৰিছিল।

বিধানসভাৰ অধ্যক্ষই দেৱব্ৰত শইকীয়াৰ বিৰোদী দলপতিৰ স্বীকৃতি খাৰিজ কৰাৰ পাছতে হস্তক্ষেপ বিচাৰি কংগ্ৰেছ নেতা গৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰ চাপিছিল।

বিধানসভাৰ অধ্যক্ষৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনোৱা দেৱব্ৰত শইকীয়াৰ আবেদনৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ অচিন্ত মল্ল বুজৰবৰুৱাই।

শুনানিৰ অন্তত ন্যায়াধীশ গৰাকীয়ে দেৱব্ৰত শইকীয়াক বিৰোধী দলপতিৰ স্বীকৃতি বাতিল কৰাৰ নিৰ্দেশত স্থগিতাদেশ প্ৰদান কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম বিধানসবাৰ সচিৱ আৰু যুটীয়া সচিৱলৈ নিৰ্দেশনা প্ৰদান কৰে।

ইয়াৰ পূৰ্বে কংগ্ৰেছ দলে দেৱব্ৰত শইকীয়াৰ বিৰোধী দলৰ নেতাৰ স্কীকৃতি বাতিল কৰা কাৰ্য্যক সম্পুৰ্ণ অসাংবিধানিক আৰু একপক্ষীয় আখ্যা দিছিল।

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd