DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰিৰ চিবিআই তদন্তৰ দাবী সাংসদ গৌৰৱ গগৈৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 29, 2020 10:19 am
Gaurav-Gogoi-Congress-HQ-India-Politics-DKODING-750x375

সাংসদ গৌৰৱ গগৈ। ফাইল ফটো

4.5k
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তিৰ বাবে হোৱা লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা চিবিআইৰ দ্বাৰা তদন্ত কৰাৰ দাবী জনাইছে।

সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ লিখা এখন পত্ৰত সাংসদ গগৈয়ে এই দাবী জনায়।

লোকসভাত কংগ্ৰেছৰ উপ-দলপতি  গৌৰৱ গগৈয়ে অভিযোগ কৰি কয় যে অসম চৰকাৰে ‘’দোষীক ৰক্ষা কৰি দুৰ্নীতিক প্ৰশ্ৰয় দিছে।‘’

তেওঁ এই বিষয়ত অমিত শ্বাহৰ পৰা সোনকালেই এক সদুত্তৰ বিচাৰিছে।

গগৈয়ে কয়,’’ মই আপোনাক অনুৰোধ জনাও যে অনুগ্ৰহ কৰি এই ঘটনাত হস্তক্ষেপ কৰক আৰু চিবিআই তদন্তৰ নিৰ্দেশ দিয়ক যাতে আমাৰ প্ৰশাসনিক সেৱাত দুৰ্নীতিৰ পৰা মুক্ত হ’ব পাৰে আৰু যোগ্য প্ৰাৰ্থীসকল ভৱিষ্যতে এনেধৰণৰ ষড়যন্ত্ৰৰ বলি হ’বলগীয়া নহয়।‘’

সাংসদ গৌৰৱ গগৈয়ে লগতে কয় যে পৰীক্ষা বাতিল কৰিলেই ‘’দুৰ্নীতি শেষ হোৱাৰ সিদ্ধান্ততে ৰাজ্য চৰকাৰৰ অক্ষমতাৰ উমান পোৱা যায়।‘’

সাংসদ গগৈয়ে অভিযোগ কৰে যে দোষীক ৰক্ষণাবেক্ষন দি চৰকাৰে প্ৰশাসনিক সংস্থাক দুৰ্বল কৰিব বিচাৰিছে।।

Recent News

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd