• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উজনিত খিলঞ্জীয়া ভোটৰ আস্থা হেৰুৱাৰ ভয়ত উচ্ছেদিত সংখ্যালঘুৰ কাষত নাই গৌৰৱ-লুৰীণ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2025 6:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ত আলী-কুলিৰ ৰাজনীতি কৰা কংগ্ৰেছে পাহৰিলে সংখ্যালঘু উচ্ছেদিতৰ দুৰ্দশা। যোৱা বছৰ অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা অভিলেখ সংখ্যক ভোটত জয়লাভ কৰিছিল কংগ্ৰেছে বিধায়ক ৰকিবুল হুছেইনে। স্বাধীনোত্তৰ কালৰে পৰা অসমৰ সংখ্যালঘু জনতাৰ মাজত আছে কংগ্ৰেছৰ এটা শক্তিশালী ভোটবেংক। অসমৰ ৰাজনৈতিক পৰিসংখ্যা ইয়াৰ জলন্ত সাক্ষী। কিন্তু সন্মুখত থকা ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছে গ্ৰহণ কৰিছে এক সুবিধাজনক স্থিতি। এই অভিযোগ অসমৰ সচেতন জনতাৰ। কংগ্ৰেছৰ দৰেই এক অনুৰূপ স্থিতি গ্ৰহণ কৰিছে অসম জাতীয় পৰিষদ তথা দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। ২০২৪ৰ লোকসভা নিৰ্বাচনত উজনি অসমৰ যোৰহাট লোকসভা সমষ্টিৰ ফলাফলত অত্যুৎসাহী কংগ্ৰেছে এইবাৰ উজনিৰ খিলঞ্জীয়া ৰাইজৰ সমৰ্থন আদায় কৰাৰ স্বাৰ্থত গ্ৰহণ কৰিছে এই সুবিধাবাদী স্থিতি।

উল্লেখ্য যে, যোৱা ৮ জুলাই তাৰিখে ধুবুৰীৰ চাপৰত হৈছিল এক বৃহৎ উচ্ছেদ কাৰ্য। অঞ্চলটোৰ প্ৰায় ১৩০০ ঘৰ লোকৰ ১২,০০০ৰো অধিক লোকক উচ্ছেদ কৰি ৩৫০০ বিঘা ভূমি আদানী গ্ৰুপক তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে আবণ্টনৰ যো-জা চলোৱা হৈছে। কিন্তু অঞ্চলটোৰ উচ্ছেদিতৰ কাষত ঠিয় হ’বৰ বাবে আহৰি নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। অসমৰ ৰাজনীতিক কাষৰে পৰা বুজা প্ৰতিজন লোকেই গোপীনাথ বৰদলৈৰ পৰা তৰুণ গগৈলেকে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হোৱাত সংখ্যালঘু ভোটৰ মহত্ব জানে।

Apply Now

কিন্তু এসময়ত কংগ্ৰেছৰ বুকুৰ কুটুম সংখ্যালঘু যেন কংগ্ৰেছৰ বাবে হৈ পৰিছে এলাগী। ইয়াৰ কাৰণ হিচাপে চিহ্নিত হৈছে কংগ্ৰেছ দলৰ ভয়। কংগ্ৰেছৰ মনত ভয় হৈছে যে, যদি গৌৰব গগৈয়ে চাপৰৰ উচ্ছেদিত সংখ্যালঘুৰ কাষলৈ যায় তেন্তে উজনি অসমৰ খিলঞ্জীয়া লোকৰ ভোট হেৰুৱাব পাৰে। শাসকীয় বিজেপিয়ে অভিযোগ কৰে যে, কংগ্ৰেছৰ সংখ্যালঘু প্ৰীতি অধিক আৰু কংগ্ৰেছৰ ৰাজ্যিক ৰাজনীতিৰ ছবিখনো প্ৰায় এনেকুৱাই। সেয়েহে কংগ্ৰেছে এই অভিযোগৰ পৰা নিজকে মুক্ত কৰাৰ স্বাৰ্থত এই স্থিতি গ্ৰহণ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। কংগ্ৰেছৰ দৰে উজনিত নিজৰ স্থিতি সৱল আৰু খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ভোটৰ পৰা সংখ্যালঘু উচ্ছেদিতৰ কাষ চাপিলে বঞ্চিত হোৱাৰ ভয়ে খেদিছে অসম জাতীয় পৰিষদৰ নেতা লুৰীনজ্যোতি গগৈকো। সেয়েহে অসমৰ ৰাজনীতিৰ দুই চৰ্চিত গগৈ ক্ৰমে গৌৰৱ আৰু লুৰীণে এক সুৰক্ষিত দূৰত্বত অৱস্থান গ্ৰহণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd