• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আম্বানীক অতিক্ৰমি ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি আদানী; দুই কোটিপতিৰ মুঠ সম্পদৰ মূল্য কিমান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:11 am
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদানী গ্ৰুপৰ স্বত্বাধিকাৰী গৌতম আদানীয়ে ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীক অতিক্ৰম কৰি ভাৰতৰ সৰ্বাধিক ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে।সেইদৰে, আদানী এতিয়া এছিয়াৰ ভিতৰতো আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংক অনুসৰি বৃহস্পতিবাৰে গৌতম আদানীৰ সম্পত্তি ৩.৫৬ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে। ফলত তেওঁৰ ‘নেট ৱৰ্থ’ বা মুঠ সম্পত্তিৰ মূল্য ৯২.৬ বিলিয়ন ডলাৰ হ’ল। আনহাতে, মুকেশ আম্বানীৰ মুঠ সম্পদ ৯০.৮ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে।

বিশ্বৰ ধনী লোকৰ তালিকাত এতিয়া আদানীয়ে ১৯ নম্বৰ স্থান লাভ কৰিছে। মুকেশ আম্বানীয়ে বিশ্বৰ তালিকাত ২০ নম্বৰ স্থানলৈ নামিছে। মন কৰিবলগীয়া যে আদানী আৰু আম্বানীৰ মুঠ সম্পত্তিৰ এক বৃহৎ অংশ তেওঁলোকৰ কোম্পানীৰ শ্বেয়াৰৰ মূল্যৰ ওপৰত নিৰ্ভৰশীল।

Apply Now

বৃহস্পতিবাৰে (১৬ এপ্ৰিল) আদানী গ্ৰুপৰ শ্বেয়াৰৰ মূল্য যথেষ্ট বৃদ্ধি পায়। ইয়াৰ ফলত আদানীৰ নেট ৱৰ্থত প্ৰভাৱ পৰিছে। কালি আদানী প’ৰ্টছৰ শ্বেয়াৰৰ মূল্য ২.২ শতাংশ, আদানী গ্ৰীণ ২.৪৪ শতাংশ, আদানী এণ্টাৰপ্ৰাইজেছৰ ৩.০৬ শতাংশ, আদানী এনাৰ্জীৰ ৪.৮৬ শতাংশ, আদানী পাৱাৰৰ ৫.৮৪ শতাংশ বৃদ্ধি পায়।

আনহাতে, কালি আম্বানীৰ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰৰ মূল্য ০.১৩ শতাংশ বৃদ্ধি পাইছে। এই পৰিস্থিতিত বৃহস্পতিবাৰে আম্বানীৰ মুঠ সম্পত্তি মাত্ৰ ৭৬.৭ মিলিয়ন ডলাৰহে বৃদ্ধি পাইছে।

ইপিনে, ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংকৰ শীৰ্ষ ১০ কোটিপতিৰ তালিকাত প্ৰথম ৬ জন লোকৰ সম্পত্তি ২০০ বিলিয়ন ডলাৰতকৈ অধিক। এই ক্লাবৰ শীৰ্ষত আছে ইলন মাস্ক। তেওঁৰ পিছত লেৰী পেজ, জেফ বেজোছ, চাৰ্জী ব্ৰিন, মাৰ্ক জুকাৰবাৰ্গ আৰু লেৰী এলিছন।

ইলন মাস্কৰ সম্পত্তিৰ পৰিমান ৬৫৬ বিলিয়ন ডলাৰ, লেৰী পেজৰ ২৮৬ বিলিয়ন ডলাৰ, জেফ বেজোছৰ ২৬৯ বিলিয়ন ডলাৰ, চাৰ্জী ব্ৰিনৰ ২৬৬ বিলিয়ন ডলাৰ, মাৰ্ক জুকাৰবাৰ্গৰ ২৩৯ বিলিয়ন ডলাৰ আৰু লেৰী এলিছনৰ সম্পত্তি ২৩০ বিলিয়ন ডলাৰ।

ইপিনে, শীৰ্ষ ১০ কোটিপতিৰ ভিতৰত সপ্তম স্থানত আছে মাইকেল ডেল। তেওঁৰ সম্পত্তি এতিয়া ১৭০ বিলিয়ন ডলাৰ হৈছেগৈ। জিনচেং হুয়াঙৰ সম্পত্তি ১৬৪ বিলিয়ন ডলাৰ, বাৰ্নাৰ্ড আৰ্নল্টৰ সম্পত্তি ১৬৪ বিলিয়ন ডলাৰ আৰু জিম ৱাল্টনৰ সম্পত্তি ১৫০ বিলিয়ন ডলাৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd