• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কে এল ৰাহুলে কেনেদৰে দলক নেতৃত্ব দিয়ে সেয়া চোৱাৰ বাবে আই পি এললৈ অপেক্ষা কৰিছো : গৌতম গম্ভীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 2, 2020 7:04 am

1 min read

কে এল ৰাহুলে কেনেদৰে দলক নেতৃত্ব দিয়ে সেয়া চোৱাৰ বাবে আই পি এললৈ অপেক্ষা কৰিছো : গৌতম গম্ভীৰ
263
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন ভাৰতীয় তাৰকা অপেনিং বেটছমেন গৌতম গম্ভীৰে ২০২০ বৰ্ষৰ আই পি এলত কিংগছ এলেভেন পঞ্জাৱক নেতৃত্ব দিবলগীয়া কে এল ৰাহুলে কেনেদৰে দলক নেতৃত্ব প্ৰদান কৰে তাৰ ওপৰত দৃষ্টি ৰাখিব বুলি মত প্ৰকাশ কৰে।

”বহুসংখ্যক প্ৰতিভাৱান খেলুৱৈয়ে চাপ মুক্ত হৈ থকাৰ বাবে নেতৃত্ব ত্যাগ কৰিছে,” গৌতম গম্ভীৰে কয়।

আনহাতে, কে এল ৰাহুল সম্পৰ্কত মত ব্যক্ত কৰি গম্ভীৰে ৰাহুল এদিনীয়া আৰু টি-২০ ক্ৰিকেটৰ এগৰাকী সুদক্ষ ক্ৰিকেটাৰ বুলি অভিহিত কৰে।

উল্লেখযোগ্য যে, কে এল ৰাহুলে এইবাৰ প্ৰথমবাৰৰ বাবে আই পি এলত কিংগছ এলেভেন পঞ্জাৱক নেতৃত্ব প্ৰদান কৰিব।

বিগত বৰ্ষত কিংগছ এলেভেন পঞ্জাৱক ৰবিচন্দ্ৰন আশ্বিনে নেতৃত্ব প্ৰদান কৰিছিল যদিও এইবাৰ আশ্বিন দিল্লী কেপিটেলছৰ সৈতে চুক্তিবদ্ধ হয়।

ক’ৰ’না মহামাৰীৰ বাবে চলিত বৰ্ষৰ আই পি এল ভাৰতৰ পৰিৱৰ্তে য়ু এ ইত অনুষ্ঠিত হ’ব।

Recent News

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd