• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাজাত চৰম মানৱীয় সংকট! বন্ধ হৈ পৰিল একমাত্ৰ কেন্সাৰ হাস্পাতালখনো

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
November 2, 2023 10:20 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলৰ দীৰ্ঘদিনীয়া অৱৰোধৰ ফলত ইন্ধনৰ নাটনিৰ বাবে অৱৰুদ্ধ পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপৰ একমাত্ৰ কৰ্কট চিকিৎসালয়খন বন্ধ হৈ পৰিছে। বুধবাৰে চিকিৎসালয়খন বন্ধ কৰি দিয়া হয়। ইয়াৰ পৰিণতিত অৱৰুদ্ধ উপত্যকাটোত মানৱীয় সংকট অধিক আৰু চৰম সীমাত উপনীত হ’ল।

ইজৰাইলে প্ৰায় এমাহ ধৰি গাজা সম্পূৰ্ণ অৱৰোধ কৰি ৰাখিছে। ফলত এই ভূখণ্ডৰ স্বাস্থ্যসেৱা ভাবুকিৰ সন্মুখীন হৈছে।

আল জাজিৰাৰ বাতৰি অনুসৰি, পেলেষ্টাইনৰ স্বাস্থ্য কৰ্তৃপক্ষই কয় যে ইজৰাইলৰ অব্যাহত থকা অৱৰোধৰ মাজতে ইন্ধন শেষ হোৱাৰ বাবে এই অঞ্চলৰ একমাত্ৰ কৰ্কট চিকিৎসালয়খন বন্ধ হৈ গৈছে।

Apply Now

কোৱা হৈছে যে ইজৰাইলৰ গাজা অৱৰোধৰ ফলত ইন্ধনৰ যোগান বন্ধ হৈ পৰিছে আৰু খাদ্য, পানী আৰু বিদ্যুতৰ যোগান সংঘাতিকভাৱে সীমিত হৈছে। ফলত গাজাৰ চিকিৎসালয়সমূহত এতিয়া ইজৰাইলৰ আক্ৰমণৰ ফলত মৃত আৰু আহত লোকৰ ভিৰ হৈছে আৰু ইন্ধনকে ধৰি বিভিন্ন সংকটে চিকিৎসা কৰ্মীৰ ওপৰত বিপুল চাপৰ সৃষ্টি কৰিছে।

লগতে পঢ়কঃ World Cup 2023 Points Table: অংক হৈ পৰিছে জংক পংক! ভাৰতক অতিক্ৰমি পুনৰ শীৰ্ষত দক্ষিণ আফ্ৰিকা; নিউজিলেণ্ডৰ পৰাজয়ে সুযোগ আনি দিছে পাকিস্তানক

বুধবাৰে এখন সংবাদমেলত তুৰ্কী-পেলেষ্টাইন ফ্ৰেণ্ডশ্বিপ হাস্পতালৰ সঞ্চালক ছুভি ছুচেকে কয় যে চিকিৎসালয়খন এতিয়া আৰু কাৰ্যক্ষম নহয়।

তেওঁ কয় যে ‘আমি বিশ্বক কওঁ, চিকিৎসালয়ক সেৱাৰ পৰা আঁতৰাই ৰাখি কেন্সাৰ ৰোগীক নিশ্চিত মৃত্যুৰ দিশে ঠেলি নিদিব’।

তুৰ্কী-পেলেষ্টাইনী ফ্ৰেণ্ডশ্বিপ হাস্পাতাল বন্ধ হোৱাৰ পিছত এতিয়া গাজা ষ্ট্ৰিপৰ ৩৫খন চিকিৎসালয়ৰ ভিতৰত ১৬খন চিকিৎসালয়েই বন্ধ হৈ পৰিল। ইয়াৰ উপৰিও গাজাৰ ৭২টা প্ৰাথমিক স্বাস্থ্যসেৱা ক্লিনিকৰ ভিতৰত ৫০টাতকৈও অধিক ক্লিনিক এতিয়া বন্ধ হৈ আছে।

পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰী মাই আল-কাইলাই এক বিবৃতিত কয় যে সেৱা বন্ধ হোৱাৰ বাবে চিকিৎসালয়খনৰ ভিতৰত চিকিৎসাধীন হৈ থকা ৭০ জন কৰ্কট ৰোগীৰ জীৱনলৈ গুৰুতৰ ভাবুকি আহিছে।

লগতে পঢ়কঃযুদ্ধ নহয় শান্তি লাগে : গুৱাহাটীত পেলেষ্টাইন সংহতি দিৱস পালন বাওঁপন্থী সংগঠনৰ

বিশ্ব স্বাস্থ্যৰ মুখপাত্ৰ তাৰিক জাছাৰেভিচে আল জাজিৰাক কয়, ‘’যদিহে চিকিৎসালয়সমূহ খোলা নাথাকে তেন্তে গাজাৰ হাজাৰ হাজাৰ ৰোগীৰ জীৱন-মৃত্যুৰ দিশে আগবাঢ়িব। কৰ্কট ৰোগীৰ স্বাস্থ্য ইতিমধ্যে ভাঙি পৰিছে। যদি তেওঁলোকে প্ৰয়োজনীয় চিকিৎসা নাপায় তেন্তে তেওঁলোকৰ বাবে এইটো মৃত্যুদণ্ড।”

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd