• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক মহোৎসৱত ফৰাচী, জাপানী আৰু ৰুছ সংস্কৃতিৰ বিভিন্ন উপাদানৰ উদযাপন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2025 9:30 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু বিদেশী ভাষা বিভাগে শনিবাৰে বিদেশী ভাষাৰ সাংস্কৃতিক মহোৎসৱ ২০২৫-ৰ আয়োজন কৰে। এই অনুষ্ঠান আছিল ফৰাচী, জাপানী আৰু ৰুছ ঐতিহ্যক একত্ৰিত কৰি কৰা এক বৰ্ণাঢ্য দিনজোৰা উদযাপন। এই উৎসৱত গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ এশৰো অধিক শিক্ষাৰ্থী আৰু অতিথিৰ সৈতে এক দিনজোৰা শৈক্ষিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।

আইআইটি গুৱাহাটীৰ ভাষাবিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ সন্মানীয় অধ্যাপক ড° য়ুৱান ছিয়াও হুই আৰু DeNA India Pvt. Ltd.-ৰ পৰিচালন সঞ্চালক য়’ছিকি ছেঞ্জোৱে সন্মানীয় অতিথি হিচাপে অনুষ্ঠানটোৰ শোভা বঢ়ায়।

Apply Now

গোটেই দিনজুৰি চলা সাংস্কৃতিক মহোৎসৱত তিনিওটা ভাষাৰ পৰম্পৰাত শিপাই থকা সংগীত, নৃত্য, আৰু শিক্ষাৰ্থীৰ দ্বাৰা পৰিচালিত চুটি নাট্যখণ্ডৰ প্ৰদৰ্শনৰ লগতে এখন কুইজৰ আয়োজন কৰাৰ লগতে বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। এখন বহুভাষিক কৰ্মশালাত শিক্ষাৰ্থীসকলক ফৰাচী, ৰুছ, আৰু জাপানী ভাষাত ব্যৱহাৰিক সম্ভাষণ, লিপি আৰু কথোপকথনৰ মৌলিক বিষয়সমূহৰ সৈতেও পৰিচয় কৰোৱা হয়।

ইয়াৰ উপৰিও অংশগ্ৰহণকাৰীসকলে কছপ্লে (cosplay), পৰম্পৰাগত খেল, থিমভিত্তিক ষ্টল, এখন ফট’বুথ, আৰু জনপ্ৰিয় য়ুকাটা (yukata) পৰিধানৰ অভিজ্ঞতা লাভ কৰে।

সভাপতিৰ ভাষণৰে পুৱাৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। শ্ৰীমন্ত শংকৰ ছ’চাইটিৰ সভাপতি যশোদা ৰঞ্জন দাস, আচাৰ্য জয়ন্ত ডেকা, আৰু উপাচাৰ্য কন্দৰ্প দাসে গোলকীকৃত বিশ্বত বিশ্বব্যাপী ভাষাৰ দক্ষতা আৰু সাংস্কৃতিক সাক্ষৰতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। এই বৰ্ণিল মহোৎসৱে Instax Fujifilm আৰু DeNA India Private Limited-ও সহযোগিতা আগবঢ়ায়।

কাৰ্যসূচীৰ সামৰণি পৰে এক চীনা কেলিগ্ৰাফী (Chinese calligraphy) অধিৱেশনেৰে, যিয়ে মূল তিনিটা ভাষাৰ বাহিৰেও আন্তঃসাংস্কৃতিক ধাৰাটোক আগুৱাই লৈ যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ নিগমৰ জৰিয়তে হৰলুকি ২২ হাজাৰ কোটি টকাৰ ৰাজসাহায্যযুক্ত চাউল; আপৰ চাঞ্চল্যকৰ অভিযোগ

অসমৰ নিগমৰ জৰিয়তে হৰলুকি ২২ হাজাৰ কোটি টকাৰ ৰাজসাহায্যযুক্ত চাউল; আপৰ চাঞ্চল্যকৰ অভিযোগ

August 10, 2026 10:42 am
পৰৱৰ্তী ছবিৰ বিষয়ে আলোচনা কৰিবলৈ মাতি অভিনেত্ৰীক ধৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ প্ৰসিদ্ধ পৰিচালক

পৰৱৰ্তী ছবিৰ বিষয়ে আলোচনা কৰিবলৈ মাতি অভিনেত্ৰীক ধৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ প্ৰসিদ্ধ পৰিচালক

August 10, 2026 9:39 am
CJI সূৰ্য্য কান্তক সমাৱৰ্তনত মুখ্য অতিথি কৰাত আপত্তি; NALSAR কৰ্তৃপক্ষলৈ চিঠি ৪৫০ জনতকৈ অধিক শিক্ষাৰ্থীৰ

CJI সূৰ্য্য কান্তক সমাৱৰ্তনত মুখ্য অতিথি কৰাত আপত্তি; NALSAR কৰ্তৃপক্ষলৈ চিঠি ৪৫০ জনতকৈ অধিক শিক্ষাৰ্থীৰ

August 10, 2026 8:26 am
জনৰোষৰ বলি প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী! বংগৰ হালিচহৰত আক্ৰমণৰ সন্মুখীন তৃণমূল নেত্ৰী

জনৰোষৰ বলি প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী! বংগৰ হালিচহৰত আক্ৰমণৰ সন্মুখীন তৃণমূল নেত্ৰী

August 10, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ নিগমৰ জৰিয়তে হৰলুকি ২২ হাজাৰ কোটি টকাৰ ৰাজসাহায্যযুক্ত চাউল; আপৰ চাঞ্চল্যকৰ অভিযোগ

অসমৰ নিগমৰ জৰিয়তে হৰলুকি ২২ হাজাৰ কোটি টকাৰ ৰাজসাহায্যযুক্ত চাউল; আপৰ চাঞ্চল্যকৰ অভিযোগ

August 10, 2026 10:42 am
পৰৱৰ্তী ছবিৰ বিষয়ে আলোচনা কৰিবলৈ মাতি অভিনেত্ৰীক ধৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ প্ৰসিদ্ধ পৰিচালক

পৰৱৰ্তী ছবিৰ বিষয়ে আলোচনা কৰিবলৈ মাতি অভিনেত্ৰীক ধৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ প্ৰসিদ্ধ পৰিচালক

August 10, 2026 9:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd