• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাত্ৰ ১০ মিনিটত বিনামূল্যে লাভ কৰিব পানকাৰ্ড; কিন্তু কেনেকৈ?

আয়কৰ বিভাগে নতুন সুবিধা আগবঢ়াইছে কৰতাদাসকলৰ বাবে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2020 6:20 pm
pan
993
VIEWS
Share on FacebookShare on Twitter

আয়কৰ বিভাগে নতুন সুবিধা আগবঢ়াইছে কৰতাদাসকলৰ বাবে।

এই সুবিধা অনুসৰি তেওঁলোকে বিনামূল্যে মাত্ৰ ১০ মিনিটতে পাব পানকাৰ্ড।

আধাৰ কাৰ্ড থকা লোকসকলে অনলাইনযোগে দুপৃষ্ঠাজোৰা এখন আবেদন পূৰ কৰি আবেদন কৰি লাভ কৰিব পানকাৰ্ড।

ফৰ্মখন পূৰ কৰাৰ সময়ত আধাৰ নম্বৰটো পূৰ কৰি দিয়াৰ পিছত মোবাইল নম্বৰলৈ এটা OTP আহিব। OTP যোগে মোবাইলত লিঙ্ক হোৱাৰ ১০ মিনিটৰ পিছতে পানকাৰ্ডৰ নম্বৰটো আবেদকৰ বিপৰীতে ইচ্ছ্যু কৰিব আয়কৰ বিভাগে। অৱেশ্য লেমিনেটেড পানকাৰ্ড বিচাৰিলে আবেদকে ৫০ টকা অনলাইন যোগে জমা কৰিব লাগিব।

আয়কৰ বিভাগৰ e-filing portal গৈ আবেদন এইদৰে কৰিব পাৰিব আবেদকে-

  • তাত গৈ নিজৰ আডাৰ নম্বৰটো পূৰ কৰিব লাগিব।
  • কেচ্পটা ক’ডটো জেনেৰেট কৰাৰ লগে লগে আবেদক মোবাইললৈ আধাৰ লিঙ্ক কৰিবলৈ এটা OTP আহিব।
  • তাৰ পিছত OTP ভেলিট হোৱাৰ লগে লগে আধাৰ ডিটেইলছ ভেলিট হ’ব।

ইয়াৰ পিছত ইমেইলৰ যোগে পানকাৰ্ডৰ আবেদন কৰিব পাৰিব।

KYC আধাৰ নম্বৰ এক্সেঞ্চ কৰিবলৈ ইউনিক আইডেন্ডিফিকেশ্যন অথ’ৰিটি অৱ ইণ্ডিয়াৰ (UIDA) হোৱাৰ পিছত আবেদকৰ বিপৰীতে ই-পানকাৰ্ড নিশ্চিত কৰিব। আবেদকে আধাৰ নম্বৰটো দি পিডিএফ ফ’ৰ্মেট ডাউনল’ড কৰি ল’ব পাৰিব।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd