• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যশস্বী-গিলৰ শতকত দিশহাৰা ইংলেণ্ড; লিডছত প্ৰথম দিনাই ৰানৰ পাহাৰ ‘নতুন’ টীম ইণ্ডিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2025 8:05 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইংলেণ্ডত গৈ অভিজ্ঞ বিদেশী দলটোৰ বিৰুদ্ধে ‘নতুন’ টীম ইণ্ডিয়াই কেনেকৈ খেলিব? দেশৰ ক্ৰিকেট অনুৰাগীৰ মাজত এক প্ৰশ্নৰ উদ্ভৱ হৈছিল। তাতেই ৰোহিত-কোহলী নাই। অষ্ট্ৰেলিয়া ভ্ৰমণৰ আতংকয়ো খেদি ফুৰিছে। ‘অনভিজ্ঞ’ শুভমন গিলৰ কান্ধত নেতৃত্বৰ দায়িত্ব।

ইংলেণ্ডৰ মাটিত ভাৰতীয় যুৱ দলটোৱে কেনে খেল খেলে সেয়া চাবলৈ সকলোৱে অপেক্ষা কৰি আছিল। লিডছত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টৰ প্ৰথম দিনাই শুভমন গিলৰ দলটোৱে স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ হাতত সকলো প্ৰশ্নৰ উত্তৰ আছে। শতকৰে গিলে সন্মুখৰ পৰাই নেতৃত্ব দিলে।

Apply Now

অধিনায়কগৰাকীৰ সৈতে অৰ্ধশতকেৰে অপৰাজিত হৈ আছে উপ অধিনায়ক ঋষভ পন্ত। ইয়াৰ পূৰ্বে যশস্বী জয়ছৱালেও শতক অৰ্জন কৰে। প্ৰথম দিনটোৰ শেষত ভাৰতৰ স্কোৰ ৩ উইকেটত ৩৫৯ ৰান।

হেডিংলেত টছত জয়লাভ কৰি বেন ষ্ট’কে বলিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু তেওঁৰ পৰিকল্পনাত পানী ঢালিলে দুই ভাৰতীয় অ’পেনাৰে। যশস্বী জয়ছৱাল আৰু কে এল ৰাহুলৰ পাৰ্টনাৰশ্বিপত ৯১ ৰান সংযোজন হয়। ৪২ ৰানত আউট হৈছিল ৰাহুল। অভিষেক ঘটোৱা ছাই সুদৰ্শনে দেখা নাপালে ৰানৰ মুখ।

কিন্তু যশস্বীক কোনে বাধা দিব পাৰে? হাতত আঘাত পোৱাৰ পিছতো তেওঁ শতক অৰ্জন কৰে। অৱশ্যে চাহ বিৰতিৰ ঠিক পিছতেই ১০১ ৰানত আউট হয় যশস্বী।

তাৰপিছতে ইংলেণ্ডে দেখিলে নতুন অধিনায়কৰ খেল। গিলে প্ৰথমতে অলপ অস্বস্তি অনুভৱ কৰিছিল। তাৰ পিছত যেন নিজকে চম্ভালি ল’লে। ভয় খাব লগা একো নাই। ৰান সহজে আহি থাকিল।

তদুপৰি, ক্ৰীছ ৱ’কছ আৰু বেন ষ্ট’কছৰ বাহিৰে ইংলেণ্ডৰ বলিং বিভাগ ইমান অভিজ্ঞ নহয়। কিন্তু তাৰ ফলত গিলৰ কৃতিত্ব হ্ৰাস নহয়। তেওঁ ১৬টা চাৰি মাৰে। আকৌ প্ৰয়োজনত এটা সময়ত তেওঁ ৰক্ষণাত্মক পথ ল’লে। মুঠতে ব্ৰাইডন কাৰ্ছ বাহিনীৰ হাতত গিলক পৰাস্ত কৰিবলৈ কোনো অস্ত্ৰ নাছিল। অৱশেষত তেওঁ ১৪০ বলত টেষ্ট কেৰিয়াৰৰ ষষ্ঠ শতক অৰ্জন কৰে। প্ৰথম দিনটোৰ শেষত তেওঁ ১২৭ ৰানত অপৰাজিত থাকে।

আনটো দিশত ঋষভ পন্ত আছে। এটা কথা স্পষ্ট। যিয়ে যি পৰামৰ্শ নিদিয়ক কিয় পন্ত পন্তেই হৈ আছে। কেতিয়াবা বাগৰি পৰি, কেতিয়াবা এহাতেৰে চাৰি আৰু ছয় মাৰে। অৰ্থাৎ তেওঁ নিজৰ স্বাভাৱিক খেলৰ পৰা বিচ্যুত হোৱা নাই। চীম মেনেজমেন্টে নিশ্চয় তেওঁক সেই স্বাধীনতা দিছে। তেওঁ ৬৫ ৰানত অপৰাজিত আছে। ৬টা চাৰিৰ লগতে ২টা ছয়ও আছে।

অধিনায়ক আৰু উপ-অধিনায়কগৰাকীৰ যুটীত ১৩৮ ৰান সংগ্ৰহ হৈছে। যেতিয়া নেতাসকলে সন্মুখত থাকি এনে ইনিংছ খেলিব তেতিয়া ই দলটোক অতিৰিক্ত অক্সিজেন যোগাব। এতিয়া ভাৰতৰ ৰান কিমানত শেষ হয় সেয়া লক্ষ্যণীয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd