• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলিয়াবৰৰ আমবাগানত ছাত্ৰীৰ আত্মহনন : ৰহস্যৰ গোন্ধ পাইছে ৰাইজে

নৱম শ্ৰেণীত অধ্যয়নৰত পাপীয়া দাসৰ ৰহস্যজনক আত্মহননে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে

ৰিদিপ শর্মা by ৰিদিপ শর্মা
September 21, 2018 1:16 pm
suicide

প্ৰতিনিধিত্বমূলক ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে সন্ধিয়া নিজ বাসগৃহতে চিপ লোৱা অৱস্থাত মাতৃয়ে উদ্ধাৰ কৰে ১৬ বছৰীয়া নিজ কন্যাৰ নিথৰ মৃতদেহ। আমবাগান আৰক্ষী চকীৰ অধীনৰ পশ্চিম শোৱালনী গাঁৱত এই ঘটনা সংঘটিত হৈছে। ঘটনা অনুসৰি গাঁৱখনৰ চম্পা দাসৰ ১৬ বছৰীয়া কন্যা পাপীয়া দাস নামৰ যুৱতীগৰাকীৰ নিজ গৃহতে চাদৰৰে চিপ লোৱা অৱস্থাত মৃত্যু হয়।

আমবাগানৰ পশ্চিম শোৱালনীত এজন লোকৰ পামত আশ্ৰয় লোৱা দুই সন্তানৰ মাতৃ চম্পা দাস বৃহস্পতিবাৰে পুৱাই লাওখোৱালৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল।  ঘৰত তেওঁৰ ১৬ বছৰীয়া কন্যাৰ লগতে আছিল ৯ বছৰীয়া পুত্ৰ। কিন্তু সন্ধিয়া ঘৰলৈ উভতি আহি মাতৃয়ে কন্যাৰ চিপ লোৱা অৱস্থাত নিথৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

Apply Now

মাতৃ চম্পা দাসে লগে লগে চিপ কাটি নমাই আনে নিজ কন্যাক। কিন্ত তেতিয়ালৈ মৃত্যু হয় যুৱতীগৰাকীৰ। ঘটনাটো সংঘটিত হোৱাৰ সময়ত বাসগৃহৰ সেই কোঠাটোতে শুই আছিল পাপীয়াৰ ভাতৃ সঞ্জয় দাস ।

উল্লেখযোগ্য যে চম্পা দাসৰ স্বামী শংকৰ দাসে দ্বিতীয় বিবাহ কৰাই প্ৰথমা পত্নী চম্পাৰে সম্পৰ্ক ছেদ কৰাৰ পিচত বিগত ৯ মাহে দুৰ্ভগীয়া চম্পা দাসে পশ্চিম শোৱালনী গাওঁৰ এঘৰ লোকৰ পামত আশ্ৰয় লৈ দিনহাজিৰা কৰি পৰিয়ালটো পোহপাল দি আছিল।

ইপিনে, নৱম শ্ৰেণীত অধ্যয়নৰত পাপীয়া দাসৰ ৰহস্যজনক আত্মহননে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অমায়িক যুৱতীগৰাকীয়ে কিয় বাছি ল’লে আত্মহননৰ দৰে চৰম পথ। প্ৰেমজনিত কাৰণ নে কোনো লোকৰ নিৰ্যাতনৰ বলি হ’ল যুৱতীগৰাকী? এনে প্ৰশ্নই সকলোৰে মনত জোকাৰি গৈছে।

যুৱতীগৰাকী মুখমণ্ডলত চিপ লৈ আত্মহত্যা কৰাৰ লক্ষণ দেখা পোৱা নগ’ল যদিও ডিঙিত চিপ লোৱাৰ চিন স্পষ্টভাৱে দেখা পোৱা গৈছে। তদুপৰি, আৰক্ষী-প্ৰশাসনক এই ঘটনাৰ বিষয়ে প্ৰথমে অৱগত নকৰি মৃতদেহ সৎকাৰৰ প্ৰস্ততি চলোৱা ঘটনাই গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে।

আনহাতে, সাংবাদিকৰ তৎপৰতাত ঘটনা সংঘটিত হোৱাৰ প্ৰায় এঘণ্টাৰ পিছতহে মাত্ৰ ৫০০ মিটাৰ দূৰত্বতে থকা আমবাগান আৰক্ষী আহি উপস্থিত হয়।

আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে এয়া হত্যা নে আত্মহত্যা তাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।

ৰিদিপ শর্মা

ৰিদিপ শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd