• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত কৃতী শিক্ষাৰ্থীৰ অভিনন্দন অনুষ্ঠান

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
January 9, 2021 8:20 pm
Screenshot_2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত বছৰৰ দৰেই যোৰহাট জিলাৰ টীয়কৰ অন্যতম চৰকাৰী অগ্ৰণী বিদ্যালয় টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ কৃতী ছাত্ৰীসকলক সম্বৰ্দ্ধনা আৰু  অভিনন্দন জ্ঞাপন কৰাৰ অৰ্থে আজি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়।

বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডা: মহানন্দ নেওগৰ সভাপতিত্ব আয়োজিত এই অভিনন্দন অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অৰ্ধ সামৰিক বাহিনীৰ ১২৮ নং বেটেলিয়নৰ কামাণ্ডেন্ট ডা: স্নিগ্ধা চেতীয়া আৰু সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ টীয়কলৈ গৌৰৱ কঢ়িয়াই অনা ৰন্টু বৰুৱা বিশেষভাৱে উপস্থিত থাকে।

Apply Now

অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়া, প্ৰাক্তন অধ্যক্ষ ৰত্নেশ্বৰ গগৈ,মিনতি বৰুৱা,নীৰেণ শৰ্মা পাঠককে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি কৃতী ছাত্ৰীসকলক উৎসাহিত কৰে।

উক্ত অনুষ্ঠানতে উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত পঞ্চম স্থান প্ৰাপ্ত টীয়কৰ সুসন্তান অংকুৰ জ্যোতি ভুঞা,বিদ্যালয়খনৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতী ছাত্ৰীক সম্বৰ্দ্ধনা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত RETAIL TRADE ত ১০০% লাভ কৰা চন্দনা শইকীয়াক সম্বৰ্দ্ধনা জনোৱা হয়।

লগতে বিভিন্ন শিতানত দাতা পৰিয়ালে আগবঢ়োৱা প্ৰয়াত লক্ষেশ্বৰ শৰ্মা ন্যাস বঁটা ,চিদানন্দ বৰুৱা স্মৃতি বঁটা ,আইদেউ বৰবড়া সোঁৱৰণি চলন্ত বঁটা ,কৃতী শিক্ষয়ত্ৰী কুসুম চেতীয়া চলন্ত বঁটা ,কমল চন্দ্ৰ বৰুৱা ন্যাস বঁটা ,সৰু আইটি বৰুৱা ন্যাস বঁটাৰ লগতে টীয়কৰ সমাজকৰ্মী অঞ্জুমণি বৰদলৈয়ে ইংৰাজীত,পূৰ্ণিমা শইকীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অংক বিষয়ত সৰ্বোচ্চ নম্বৰ প্ৰাপকক আৰু ত্ৰৈলোক্য চেতীয়াই IT/ITCS আৰু RETAIL TRADE  বিষয়ত সৰ্বোত্তম প্ৰদৰ্শন কৰা ছাত্ৰীক আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰে।

উক্ত অনুষ্ঠানতে বিদ্যালয়ৰ পৰা বিভিন্ন বিষয়ত লেটাৰ মাৰ্ক পোৱা বিষয় শিক্ষক সকলকো একোটিকৈ বঁটা আৰু RETAIL TRADE ৰ বিষয় শিক্ষক শিব দাসক বিদ্যালয় তৰফৰ পৰা  সম্বৰ্দ্ধনা জনোৱা হয়।

নিৰ্মলেন্দু পাঠক

নিৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd