• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিডৰ চিকিৎসাত ব্যৱহৃত ফেবিফ্লু ঔষধৰ মূল্য ২৭ শতাংশ হ্ৰাস কৰিলে গ্লেনমাৰ্ক ফাৰ্মাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 13, 2020 10:13 pm

1 min read

কোভিডৰ চিকিৎসাত ব্যৱহৃত ফেবিফ্লু ঔষধৰ মূল্য ২৭ শতাংশ হ্ৰাস কৰিলে গ্লেনমাৰ্ক ফাৰ্মাই

উৎস-ইণ্টাৰনেট

1.3k
VIEWS
Share on FacebookShare on Twitter

গ্লেনমাৰ্ক ফাৰ্মাই কোভিড-১৯ৰ ঔষধ ফাভিপিৰাভিৰৰ মূল্য ২৭ শতাংশ হ্ৰাস কৰিছে।

গ্লেনমাৰ্কে ঘোষণা কৰা অনুসৰি এতিয়া প্ৰতিটো ফাভিপিৰাভিৰ টেবলেটৰ মূল্য হ’ব ৭৫ টকা।

ঔষধ নিৰ্মাতা প্ৰতিষ্ঠান গ্লেনমাৰ্ক ফাৰ্মাই সোমবাৰে ভাইৰাছ প্ৰতিৰোধী ঔষধ ফাভিপিৰাভিৰৰ মূল্য ২৭ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কোভিড ৰোগৰ সামান্য লক্ষণ দেখুওৱা ৰোগী সকলক এই ফেবিফ্লু টেবলেটেৰে চিকিৎসা প্ৰদান কৰা হয়।

বিগত মাহত গ্লেনমাৰ্ক ফাৰ্মাই ফেবিফ্লু নামৰ ভাইৰাছ প্ৰতিৰোধী ঔষধ বিধ মুকলি কৰিছিল আৰু প্ৰতিটো টেবলেটৰ মূল্য ১০৩ টকা নিৰ্ধাৰণ কৰিছিল।

‘‘ফেবিফ্লুৰ বৰ্দ্ধিত চাহিদা আৰু আৰু অধিক সংখ্যক লোকৰ ওচৰলৈ এই ঔষধ বিধ লৈ যোৱাৰ কথা চিন্তা চৰ্চা কৰিয়ে ইয়াৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে,’’ ফাৰ্মা কোম্পানী গ্লেনমাৰ্কৰ তৰফৰ পৰা এইদৰে কোৱা হয়।

গ্লেনমাৰ্ক ফাৰ্মাই কোভিড আক্ৰান্ত সাধাৰণ লক্ষণ থকা ৰোগী সকলৰ উপৰিও যিসকলৰ মধ্যমীয়া ধৰণৰ লক্ষণ থাকে সেইসকলৰ বাবেও ফেবিফ্লুৰ ক্লিনিকেল ট্ৰায়েল অব্যাহত ৰাখিছে।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd