• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বজয়ৰ আনন্দ কাটি কৰি বিৰাটক সান্ত্বনা বৈৰীবন্ধু মেক্সৱেলৰ; ভাৰতৰ জোঁৱাইক কোহলীৰ উপহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2023 12:45 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খেলৰ সময়ত আক্ৰমণাত্মক মুডত প্ৰতিপক্ষৰ ওপৰত জপিয়াই পৰে। খেলৰ শেষত বিপক্ষৰ ক্ৰিকেটাৰৰ হাত ধৰি হাঁহি হাঁহি কথা পাতে। এই আদৰ্শ ক্ৰিকেটত দীৰ্ঘদিন ধৰি চলি আহিছে। ষষ্ঠবাৰৰ বাবে বিশ্বকাপ জয় কৰাৰ পিছতো তাৰ ব্যতিক্ৰম নহ’ল। গ্লেন মেক্সৱেলে বিৰাট কোহলীক সাৱটি ধৰি সান্ত্বনা দিলে।

ভাৰতীয় তাৰকাগৰাকীয়ে অষ্ট্ৰেলিয়াৰ অল-ৰাউণ্ডাৰগৰাকীক তেওঁৰ অটোগ্ৰাফযুক্ত জাৰ্চি উপহাৰ দিয়ে। দুগৰাকী ক্ৰিকেটাৰে নিজৰ প্ৰতিদ্বন্দ্বিতা পাহৰি যোৱাৰ এই ছবিখন নেট জগতত ভাইৰেল হৈ পৰিছে।

বিশ্বকাপৰ ফাইনেলত তীব্ৰ উত্তেজনাৰ মাজতো দেখা গ’ল মেক্সৱেল আৰু কোহলীক লঘু মেজাজত। অষ্ট্ৰেলিয়াৰ অল-ৰাউণ্ডাৰে বিৰাটক লক্ষ্য কৰি থ্ৰ’ এটা মাৰিলে, যিটো বিৰাটে হাতেৰে ৰখাই দিয়ে। সেই ঘটনাৰ পিছত দুয়োকে হাঁহি থকা দেখা যায়। কিন্তু তাৰ পিছত ভাৰতীয় শিবিৰত আনন্দৰ একো নাছিল। মেচখনত জয়লাভ কৰি অষ্ট্ৰেলিয়াই ষষ্ঠবাৰৰ বাবে বিশ্বকাপত জয়লাভ কৰে।

Apply Now

লগতে পঢ়কঃ শক্তিশালী প্ৰতিপক্ষৰ বিৰুদ্ধে পৰাজয়! স্বপ্নভংগৰ পিছত টীম ইণ্ডিয়াক কি বাৰ্তা কিংবদন্তি ক্ৰিকেটাৰৰ?

স্বাভাৱিকতে খেলৰ অন্তত ভাৰতীয় ক্ৰিকেটাৰসকলে কান্দোনত ভাগি পৰে। অধিনায়ক ৰোহিত শৰ্মাৰ পৰা যশপ্ৰীত বুমৰাহলৈকে কোনেও চকুলো লুকুৱাব পৰা নাছিল। সেই সময়ত বিশ্ব জয়ৰ উল্লাস এৰি মেক্সৱেল ভাৰতীয় শিবিৰৰ ফালে আহে। অল ৰাউণ্ডাৰগৰাকীয়ে আই পি এলৰ সতীৰ্থ বিৰাটক সাৱটি ধৰি সান্ত্বনা দিয়ে। মেন অৱ দ্য টুৰ্ণামেণ্ট বিৰাটেও নিজৰ স্বাক্ষৰিত জাৰ্চি মেক্সৱেলৰ হাতত তুলি দিয়ে।

Respect and admiration 💛💙#CWC23 pic.twitter.com/FQqoXLDavn

— ICC (@ICC) November 20, 2023

সদ্য সমাপ্ত বিশ্বকাপত বিৰাট-মেক্সৱেল দুয়োজনে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে ৭৬৫ ৰান সংগ্ৰহ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে কিং কোহলীয়ে। আনহাতে, ৰান চেজিঙৰ ইতিহাসত প্ৰথমটো ডাবল চেঞ্চুৰী মেক্সৱেলৰ বেটৰ পৰাই আহিছে। কিন্তু নিয়ম অনুসৰি প্ৰতিযোগিতাখনৰ শেষ হাঁহিটো ফুটিল এজনৰ মুখত। বিজয়ৰ মুকুট কিং কোহলীৰ মূৰত নুঠিল।

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলৰ পত্নী ভিনি ৰমন ভাৰতীয় হোৱাৰ সূত্ৰে তেওঁ ভাৰতৰ জোঁৱাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd