DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জি এম চিৰ অফাৰ : পথত জাৱৰ পেলোৱা লোকৰ ফটো তুলি লাভ কৰক ৫০০টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2019 2:44 pm
garbage throwing pic

ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

1.1k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰক চাফ–চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লৈ অহাৰ পিছতো বিশেষ কোনো সুফল নোপোৱাত এইবাৰ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে।

ডাষ্টবিন ব্যৱহাৰৰ বিপৰীতে ৰাজপথতে জাৱৰ পেলোৱা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে পৌৰ নিগমে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মহানগৰীৰ য’তে ত’তে জাৱৰ পেলোৱা লোকৰ বিৰুদ্ধে শাস্তি প্ৰদানৰ কথা ঘোষণা কৰিছে। এই কথা জানিবলৈ দিয়ে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰে।

ইয়াৰ উপৰি ৰাজপথ বা পদপথত জাৱৰ পেলোৱা লোকৰ ফটো যদি জি এম চিক দিব পাৰে তেন্তে ফটো দিয়া লোকজনক জি এম চিৰ ফালৰ পৰা ৫০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব। ডাষ্টবিনৰ পৰিৱৰ্তে পথত জাৱৰ পেলোৱা লোকৰ স্পষ্ট মুখাৱয়বসহ, সম্ভৱ হ’লে নাম–ঠিকনা লিখি জি এম চিয়ে নিৰ্দিষ্ট কৰি দিয়া WhatsApp নম্বৰত বা ই–মেইলত অভিযোগ দাখিল কৰিব পাৰিব।

অভিযোগ দাখিলৰ পিছতেই জি এম চিৰ স্কোৱাডে জাৱৰ পেলোৱা লোকজনক এহেজাৰ টকাৰ জৰিমনা বিহাৰ লগতে অভিযোগ দাখিল কৰা লোকজনক ৫০০ টকাৰে পুৰস্কৃত কৰিব। অভিযোগ দাখিলকাৰীৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰাখিব জি এম চি কৰ্তৃপক্ষই।

অভিযোগ দাখিলৰ বাবে কৰ্তৃপক্ষৰ ফালৰ পৰা হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে।  WhatsApp নম্বৰ- ৮৮১১০-০৭০০০, ৭৩৯৯০-০৩০০১, ৭৩৯৯০-০৩০০২, ৭৩৯৯০-০৩০০৩ আৰু ৭৩৯৯০-০৩০০৪। আনহাতে ই-মেইল আই ডি হৈছে [email protected]।

Recent News

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd