• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰবাসীলৈ মাইকযোগে সতৰ্কবাণী প্ৰেৰণ অভিযান গুৱাহাটী পৌৰ নিগমৰ

পদপথ দখল কৰি ব্যৱসায় কৰি থকাসকলকো সতৰ্কবাণী

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
December 29, 2018 3:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীত বাস কৰা তথাকথিত সভ্য নাগৰিকসকলক তেওঁলোকৰ ‘লেতেৰা’ স্বভাৱৰ বাবে সতৰ্কবাণী প্ৰেৰণ কৰিব লগীয়াৰ দৰে দুৰ্ভাগ্যজনক পদক্ষেপ ল’ব লগীয়া হ’ল গুৱাহাটী পৌৰ নিগমে। আজি পৌৰ নিগম আৰক্ষী আৰু পৌৰকৰ্মীসকলে যুটীয়াভাৱে মহানগৰীৰ কেইবা ঠাইতো এনে সতৰ্কবাণী প্ৰেৰণৰ অভিযান চলায়।

গুৱাহাটীৰ চানমাৰি, শিলপুখুৰী আদিত আজি পৌৰকৰ্মী আৰু পৌৰ নিগম আৰক্ষীয়ে হাতে হাতে প্লেকাৰ্ড লৈ মহানগৰবাসীক য’তে-ত’তে থু-পিক নেপেলাবলৈ আহ্বান জনায়। পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকক সহযোগ কৰিবলৈও অনুৰোধ জনায়।

Apply Now

“য’তে-ত’তে পিক, জাবৰ-জোঁথৰ পেলাই পৌৰ নিগমকৰ্মীৰ কামবোৰ জটিল কৰি নুতুলিব।” এয়া হ’ল মহানগৰীখনৰ সভ্য নাগৰিকসকলৰ জাবৰ-জোঁথৰবোৰ চাফা কৰি ৰাখিবলৈ সদায়ে চষ্টা কৰি অহা পৌৰকৰ্মীসকলৰ আহ্বান।

তাৰোপৰি ‘লেতেৰা’ নাগৰিকসকলক এই নিয়ম ভংগ কৰিলে জৰিমনাৰ সন্মুখীন হ’বলৈও সতৰ্কবাণী প্ৰেৰণ কৰে গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা। মাইকযোগী পৌৰ নিগমৰ বিষয়াই সকলো নাগৰিককে সতৰ্ক কৰি দিয়ে যে য’তে-ত’তে পিক পেলোৱা লোকক জৰিমনা বিহা হ’ব।

“য’তে-ত’তে থু-পিক পেলালে গুৱাহাটী পৌৰ নিগমে বিহিত ব্যৱস্থা ল’বলৈ বাধ্য হ’ব।” পৌৰ নিগমৰ এজন বিষয়াই এইদৰে মাইকযোগে সতৰ্ক কৰি দিয়ে। বিষয়াজনে লগতে মহানগৰৰ নাগৰিকসকলক উদ্দেশ্যি কয়. “পৌৰ নিগমৰ লগতে আপোনালোকৰো দায়িত্ব আছে।”

আনহাতে যিবোৰ ব্যক্তিগত আৱাস বা বাণিজ্যিক প্ৰতিষ্ঠানৰ সন্মুখত জাবৰ পোৱা হ’ব, সেইবোৰৰ স্বত্বাধিকাৰী বা কৰ্তৃপক্ষকো ‘জৰিমনা বিহা হ’ব’ বুলিও স্পষ্ট কৰি দিয়ে।

“জাবৰ সংগ্ৰহৰ বাবে পৌৰ নিগমে নিয়োজিত কৰা এন জি অ’ক নিয়মিতভাৱে জাবৰ-জোঁথৰ দিবলৈ অনুৰোধ জনোৱা হ’ল। অন্যথা যিটো ব্যৱসায়িক প্ৰতিষ্ঠান বা আৱাসগৃহৰ সন্মুখত জাবৰৰ দ’ম পোৱা হ’ব, গুৱাহাটী পৌৰ নিগমে নিয়ম অনুযায়ী জৰিমনা বিহিব।” ঘোষণাটোত বিষয়াজনে কয়।

বিষয়াজনে ঘোষণাৰ জৰিয়তে পদপথত দোকান দি পথচাৰীৰ বাবে অসুবিধাৰ সৃষ্টি কৰা ব্যৱসায়ীসকলকো সতৰ্ক কৰি দিয়ে। “পথচাৰীৰ বাবে পথ মুকলি কৰি নিদিলে পৌৰ নিগমে ব্যৱস্থা ল’ব” বুলি কয় বিষয়াজনে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বেও গুৱাহাটী পৌৰ নিগমে নলা-নৰ্দমাত জাবৰ নিক্ষেপণ, য’তে-ত’তে থু-পিক পেলোৱাত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছিল। গুৱাহাটী পৌৰ নিগম আইন ১৯৭১ৰ ২৭২ নং ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰা বুলি জানিবলৈ দিছিল গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd