• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাত বছৰীয়া কন্যাৰ সন্মুখতে গোৱাত স্বামীৰ দুই আবিয়ৈ পেহীয়েকক হত্যা কৰিলে দুগৰাকী মহিলাই

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2020 4:27 pm
index.jpgkk
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাত বছৰীয়া নিজ কন্যাৰ সন্মুখতে এগৰাকী মহিলাই সহযোগীৰ সৈতে মিলি স্বামীৰ দুই আবিয়ৈ পেহীয়েকক চোকা অস্ত্ৰেৰে হত্যা কৰাৰ এক লোমহৰ্ষক ঘটনাই চাঞ্চল্যৰ সৃ্ষ্টি কৰিছে।

ঘটনাটো সংঘটিত হৈছে দক্ষিণ গোৱাৰ অঞ্জুনা আৰক্ষী থানাৰ অন্তৰ্গত চিয়’লিম নামৰ গাঁৱত।

Apply Now

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি যোৱা দেওবাৰে সন্ধিয়া জুলিঅ’ লুবু(৩২)ৰ পত্নী ৰবীনা লুবু(২৮) তেওঁৰ সহযোগী শোভন ৰাজ্যবল্লী(২৮)এ জুলিঅ’ৰ দুই আবিয়ৈ পেহীয়েক ক্ৰমে ক্লেমেন্টিনা লুবু(৬৪) আৰু ভাৰা লুবু(৬২)ক চোকা অস্ত্ৰেৰে সানি খুচি হত্যা কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি জুলিঅ’-এ দুই আবিয়ৈ পেহীয়েকক লৈ নিজৰ পৰিয়ালটোৰ সৈতে একেখন গাঁৱতে পিতৃ-মাতৃৰ পৰা পৃথকে বাস কৰিছিল।

এই লৈ জুলিঅ’ৰ পত্নী ৰবীনা আৰু দুই আবিয়ৈ পেহীয়েকৰ সৈতে প্ৰায়ে কাজিয়া সূত্ৰপাত হৈ অহাৰ লগতে ৰবীনাক দুই আবিয়ৈ পেহীয়েকে অত্যাচাৰ কৰি অহা বুলি অভিযোগ উত্থাপিত হৈছে। সেয়ে দুয়োকে হত্যা কৰাৰ পৰিকল্পনা কৰা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে অভিযুক্তই।

“ৰবীনাই শোভন(হত্যাৰ কাণ্ডৰ সৈতে জড়িত)ক স্বামীৰ দুই আবিয়ৈ পেহীয়েকৰ সৈতে দীৰ্ঘদিনৰ পৰা সম্পৰ্ক ভাল নহয় বুলি কৈছিল। আৰু দুয়োৱে চোকা অস্ত্ৰেৰে হত্যাকাণ্ডটো সংঘটিত কৰে।” অঞ্জুনা আৰক্ষী থানাৰ পৰিদৰ্শক সুৰজ গাৱাছে সাংবাদিকক কয়।

জুলু আৰু ৰবীনাৰ এগৰাকী সাত বছৰীয়া কন্যা সন্তান আৰু এটি এবছৰীয়া পুত্ৰ সন্তান আছে। ৰবীনা আৰু শোভনে স্বামী ঘৰত নথকা অৱস্থাত সাত বছৰীয়া নিজ কন্যাৰ চকুৰ আগতে উক্ত হত্যাকাণ্ডটো সংঘটিত কৰে।

ঘৰলৈ অহাৰ পিছত সাত বছৰীয়া কন্যাই মাতৃয়ে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা পিতৃক অৱগত কৰে আৰু পিতৃয়ে লগে লগে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ৰবীনা আৰু শোভন দুয়োকে গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd