• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষ্ণাই|| মেধাৱী মণিকংকণাৰ কাষত সুশান্ত বিশ্ব শৰ্মা

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , May 20, 2019 12:38 am

1 min read

Goalpara SP offers helping hand to meritorious Monikankana || Assam HSLC exam result

মণিকংকণা আৰু মাকৰ সৈতে আৰক্ষী অধীক্ষক।

1.4k
VIEWS
Share on FacebookShare on Twitter

অভাৱৰ মাজতে পিতৃহাৰা কৃষ্ণাই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী মণিকংকণা সিঙৰ সাফল্যৰ বাতৰি পোৱাৰ পিছতে ছাত্ৰীগৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহিল গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা৷

দেওবাৰে বিয়লি আৰক্ষী অধীক্ষকগৰাকী মণিকংকণা সিঙৰ ঘৰত উপস্থিত হৈ ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে ছাত্ৰীগৰাকীলৈ নগদ ধনৰ টোপোলা এটি আগবঢ়ায়৷

লগতে আৰক্ষী অধীক্ষকগৰাকীয়ে ছাত্ৰীগৰাকীৰ ইচ্ছা অনুসৰি পঢ়াশুনাৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ আৰক্ষী অধীক্ষকগৰাকীৰ এনে ভূমিকাক পৰিয়ালৰ লগতে স্থানীয় ৰাইজে শলাগ লয়৷

মণিকংকণাৰ ইচ্ছা বিজ্ঞান শাখাত পঢ়ি ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ৷

ছোৱালীজনীৰ দেউতাক কৃষ্ণাই বজাৰৰ মাজমজিয়াৰ প্ৰয়াত বীৰেন সিং। জীয়ৰী মণিকংকণাক মাক বিদ্যা মিচিৰে অতি কষ্টৰে লালন পালন কৰি পঢ়াশুনা কৰাইছে৷

তিনিগৰাকী ছোৱালীৰ পঢ়াশুনাৰ লগতে পৰিয়ালটো পোহপাল দিয়াটো মাক বিদ্যা মিচিৰৰ বাবে এক প্ৰত্যাহ্বান৷

জিলাখনৰ এনে বহু আৰ্থিক অনাতনে জুৰুলা কৰা প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আৰক্ষী অধীক্ষকগৰাকীয়ে নিজাববীয়াকৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে৷

মণিকংকণাৰ ফলাফলত কৃষ্ণাই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষক-শিক্ষয়েত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলো উৎফুল্লিত, অনুপ্ৰাণিত৷

Recent News

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

ajit

চীনৰ সৈতে সংঘাতৰ মাজতে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাললৈ ফোন মাৰ্কিন নিৰাপত্তা উপদেষ্টাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd