• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যেন ৰূপকথাৰহে কাহিনী! মাটি খান্দোতেই ওলাল কলহ ভৰ্তি সোণ-ৰূপ, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2021 7:03 pm
ak
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যেন ৰূপকথাৰহে কাহিনী।

ৰূপকথাৰ কাহিনীত মাটিৰ তলত পুতি থোৱা ৰত্ন ভাণ্ডাৰৰ কথা প্ৰায়ে পোৱা যায়।

Apply Now

কিন্তু বাস্তৱতো যদি ৰূপকথাৰ কাহিনীৰ দৰেই ঘটনা ঘটে তেন্তে সেয়া হয়তো আচৰিত হ’বলগীয়া কথাই হ’ব।

ৰূপকথৰ কাহিনীৰ দৰেই ঘটনা এটা ঘটিছে তেলেংগানাত।

তেলেংগানাৰ জানগা জিলাৰ পেমভাৰতী নামৰ অঞ্চলটোত এজন লোকে মাটি খান্দি থকাৰ সময়তে মাটিৰ তলৰ পৰা ওলাই পৰে কলহে কলহে সোণ-ৰূপ।

হায়দৰাবাদৰ বাসিন্দা নৰসিমহা নামৰ লোকজনৰ তেলেংগানাৰ পেমভাৰতী গাঁওত ১১ একৰ মাটি আছে।

সেই মাটিত ঘৰ-সজাৰ বাবে তেওঁ মাটি খন্দাৰ কাম কৰোৱাইছিল।

শ্ৰমিকে মাটি খান্দি থকাৰ সময়তে হঠাতে কোৰ এঠাইত লাগি ধৰে। সেই ঠাই খিনি ভালদৰে খন্দাৰ পিছত তাত ওলাই পৰে তামৰ পাত্ৰ এটা। তামৰ পাত্ৰটো খুলি বাকৰুদ্ধ হৈ পৰে নৰসিমহা নামৰ লোক জন।

কাৰণ তামৰ পাত্ৰটোৰ ভিতৰত সজাই থোৱা আছিল শাৰী শাৰী সোণ-ৰূপৰ গহণা।

জানিব পৰা মতে মাটিৰ উপৰি ভাগৰ পৰা মাত্ৰ দুই ফুট গভীৰতাত উদ্ধাৰ হোৱা তামৰ পাত্ৰটোত ২২ টা সোণৰ কাণত পিন্ধা দুল,৫১ ডাল  সোণৰ নেকলেছ,১১ টা সোণৰ মংগল সূত্ৰ,২৬ ডাল ৰূপৰ দণ্ড,৫ ডাল ৰূপৰ নেকলেছ আছে ।

এই বিশাল পৰিমাণৰ সোণ-ৰূপৰ গহণা উদ্ধাৰ হোৱাৰ পিছতে আনন্দত আত্মহাৰা হৈ পৰে নৰসিমহা। কিন্তু তেওঁ সেই গহণা খিনি নিজৰ লগত ৰখাৰ কথা নাভাবিলে।

তেওঁ লগে লগে জিলা প্ৰশাসনক এই ঘটনাৰ বিষয়ে অৱগত কৰে আৰু জিলা প্ৰশাসনৰ লোকে গৈ সোণ-ৰূপেৰে ঠাহ খাই থকা তামৰ পাত্ৰটি নিজৰ জিম্মালৈ আনে।

সম্প্ৰতি সেই পাত্ৰটি জানগা জিলাৰ কালেক্টৰৰ কাৰ্যালয়ত ৰখা হৈছে।

জানগা জিলাৰ প্ৰশাসনৰ এগৰাকী শীৰ্ষ বিষয়া ৰাজেন্দ্ৰ প্ৰসাদে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মাটিৰ তলৰ পৰা সোণ-ৰূপ ওলোৱাৰ পিছতে সেই স্থানত নতুনকৈ খনন নচলাবলৈ মাটিৰ মালিকক কোৱা হৈছে।

উদ্ধাৰ হোৱা গহণা খিনি প্ৰাচীন কাকতীয় বংশৰ ৰজাৰ দিনৰ হ’ব পাৰে বুলি তেওঁ মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am
“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

October 7, 2026 8:38 am
গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

October 7, 2026 7:49 am
নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am
“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

October 7, 2026 8:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd