• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰতি কেজি চাহত ৭৫,০০০ টকা; গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অসমৰ চাহৰ নতুন অভিলেখ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 13, 2019 7:25 pm

1 min read

Golden Butterfly

গোল্ডেন ৱাটাৰফ্লাই চাহ

623
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী চাহ নিলাম কেন্দ্ৰই অভিলেখৰ গঢ়াৰ ধাৰা অব্যাহত ৰাখি পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি প্ৰতি কেজি চাহ ৭৫,০০০ টকা মূল্যত বিক্ৰীৰে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়।

গুৱাহাটী চাহ নিলাম কেন্দ্ৰ, ক্ৰয় সংস্থাৰ সম্পাদক দিনেশ বিহানীয়ে দিকম চাহ বাগিছাৰ উৎপাদিত ‘গোল্ডেন বাটাৰফ্লাই’ চাহে মঙলবাৰে বিক্ৰীৰ ক্ষেত্ৰত চৰা দামৰ নতুন অভিলেখ ৰচনা কৰে বুলি উল্লেখ কৰে।

গুৱাহাটীৰ আটাইতকৈ পুৰণি এম/এছ আছাম টি ট্ৰেদাৰ্ছে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে বিশেষ চাহবিধ ক্ৰয় কৰে বুলি বিহানীয়ে জানিবলৈ দিয়ে।

চাহৰ পৃথিৱীখনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰই পূৰ্বৰ অভিলেখ ভংগ আৰু নতুন অভিলেখ গঢ়াৰ সুকীয়া পৰিছয় সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলিও বিহানীয়ে মন্তব্য কৰে।

লগতে তেওঁ গুৱাহাটী চাহ নিলাম কেন্দ্ৰই চাহ বিক্ৰেতাসকলক উচিত মূল্যত উৎপাদিত চাহ বিক্ৰী কৰাৰ সুবিধা প্ৰদান কৰিছে আহিছে বুলি মত প্ৰকাশ কৰে।

বৰ্তমান সময়ত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ গুণগত আৰু বিশেষ চাহৰ বাবে পৃথিৱীৰ গুৰুত্বপূৰ্ণ নিলামকেন্দ্ৰত পৰিণত হৈছে।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰে ৩১ জুলাইত মাইজান চাহ বাগিছাৰ ‘মাইজান অৰ্থ’ডক্স গোল্ডেন টি’য়ে প্ৰতি কেজিৰ বিনিময়ত ৭০,৫০১ টকা মূল্য লাভ কৰি অভিলেখ গঢ়িছিল।

তাৰপূৰ্বে চলিত বৰ্ষতে ‘মনোহাৰী গোল্ডেন টি’য়ে প্ৰতি কেজি চাহ ৫০,০০০ টকাত বিক্ৰীৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল।

Recent News

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে! ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd