• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Tik Tok ক প্ৰত্যাহ্বান জনাই Googleয়ে মুকলি কৰিলে Tangi এপ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2020 5:11 pm
Tango

গুগলৰ Tangi এপ ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Googleয়ে এটা নতুন ছচিয়েল ভিডেঅ’ শ্বেয়াৰিং এপ Tangi মুকলি কৰিছে। এইটো এটা পৰীক্ষামূলক এপ যিটো Google Area 120 ৰ জৰিয়তে প্ৰস্তুত কৰা হৈছে।

দৰাচলতে এইটো মোবাইল আৰু ৱেব দুয়োটা প্লেটফৰ্মতে কাম কৰিব।

Apply Now

Tik Tok ৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি ফেইচবুকৰ পাছত এইবাৰ গুগলেও এনেধৰণৰ এপ লৈ আহিলে।

পিচে, এই এপটো টিকটকৰ দৰে কেবল মনোৰঞ্জনৰ ওপৰতে গুৰুত্ব দিয়া ধৰণৰ নহয়।

Google ৰ Tangi ৰ জৰিয়তে ৬০ ছেকেণ্ডৰ ভিডিঅ’ ৰেকৰ্ড কৰিব পৰা যাব। টিকটিকতকৈ এইটো কেইবাটাও দিশত সুকীয়া।

য়ুজাৰে ইয়াত ৬০ ছেকেণ্ডৰ কোনো ভিডিঅ’ কোনো এটা বিষয়ক লৈ নিৰ্মাণ কৰিব পাৰে। ইয়াত ৰন্ধন, কলা-শিল্প, মেকআপ আৰু সাজ-সজ্জা আদি অন্তৰ্ভুক্ত থাকিব।

Tangi ৰ ৱেবছাইটত গ’লে আপুনি সকলো বিতং জানিব পাৰিব। সকলোৰে ওপৰত ইয়াত কেটেগৰী দিয়া হৈছে য’ত আপুনি নিৰ্বাচন কৰিব পাৰিব।

ইয়াত ৬০ ছেকেণ্ড পৰ্যন্ত টিউটৰিয়েল ভিডিঅ’ পাব। আপুনি নিজেও এনেধৰণৰ ভিডিঅ’ নিৰ্মাণ কৰি অপলোড কৰিব পাৰিব।

যদিও এই এপটো গুগল, কিন্তু ইয়াক প্ৰথমতে এপ’ল এপ ষ্ট’ৰৰ বাবে মুকলি কৰি দিয়া হৈছে। এতিয়াও ইয়াক গুগল প্লে’ ষ্ট’ৰত দেখা যোৱা নাই।

বৰ্তমান Tangi এপ পৰীক্ষামূলকভাৱে মুকলি কৰা হৈছে। ইয়াৰ মাজতে Tik Tok ৰ দৰে এটা  Byte এপ মুকলি কৰা হৈছে।

এই এপটো জনপ্ৰিয় Vine প্লেটফৰ্মৰ সহ-প্ৰতিষ্ঠাপকে নিৰ্মাণ কৰিছে। অৱশ্যে, এই Byte এপ এতিয়াও ভাৰতত মুকলি হোৱা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm
দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

June 7, 2026 6:30 pm
অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd