• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

১৫ বছৰীয়া আইনী যুদ্ধৰ অন্তত এহাল দম্পতীৰ ওচৰত পৰাস্ত গুগ’ল : ২৬,১৭২ কোটি টকাৰ জৰিমনা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 1, 2024 7:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৫ বছৰ পূৰ্বে গুগলৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আদালতলৈ গৈছিল এহাল ব্ৰিটিছ দম্পতী। অভিযোগ আছিল যে গুগলে বজাৰত প্ৰভাৱ পেলাই গ্ৰাহকক কিছুমান সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য কৰাইছে।

১৫ বছৰৰ পিছত হোৱা চূড়ান্ত ৰায়দানত সেই গোচৰটোত গুগলে পৰাজয় বৰণ কৰে। আদালতে ব্ৰিটিছ দম্পতীহালক ২৪০ কোটি পাউণ্ড (ভাৰতীয় মুদ্ৰাত ২৬,১৭২ কোটি) জৰিমনা আদায় দিবলৈ নিৰ্দেশ দিয়ে।

Apply Now

ব্ৰিটিছ দম্পতীহালৰ নাম শিৱন ৰাফ আৰু তেওঁৰ স্বামী আদাম। ২০০৬ চনত চাকৰি এৰি নিজাকৈ ষ্টাৰ্টআপ ব্যৱসায় আৰম্ভ কৰিছিল তেওঁলোকে। সেই সময়ত ‘ফাউণ্ডেম’ নামৰ এটা ৱেবচাইট খুলিছিল তেওঁলোকে। ৱেবছাইটটোৰ উদ্দেশ্য আছিল গ্ৰাহকৰ সুবিধাৰ বাবে বিভিন্ন কোম্পানীৰ একেবোৰ সামগ্ৰীৰ দাম তুলনা কৰা। যাতে গ্ৰাহকে কোনটো কোম্পানীৰ পৰা সামগ্ৰীটো কিনিব সেইটো নিৰ্ণয় কৰিব পাৰে।

গুগলৰ সন্ধান তালিকাত হঠাতে ৱেবছাইটটো তললৈ নামিবলৈ ধৰে বুলি দম্পতীহালে অভিযোগ কৰে। গ্ৰাহকে সন্ধান কৰিলে ৱেবছাইটটো পোৱা নাযায়। গোটেই কথাটো ‘কেলেংকাৰী’ বুলি ভাবি গুগললৈ চিঠি পঠিয়াইছিল দম্পতীহালে। ৱেবছাইটত আৰোপ কৰা নিষেধাজ্ঞা উঠাই ল’বলৈ অনুৰোধ কৰিছিল। কিন্তু গুগলৰ পৰা কোনো সঁহাৰি নাপালে তেওঁলোকে। বৰঞ্চ ৱেবছাইটটোৰ ৰেংক আৰু তললৈ নামি যায়।

তাৰ পিছত ২০০৮ চনত দম্পতীহালে উপলব্ধি কৰিলে যে তেওঁলোকৰ লগত অন্যায় ব্যৱহাৰ কৰা হৈছে। তাৰ পিছত আদালতৰ কাষ চাপিল তেওঁলোক। তেওঁলোকে অভিযোগ কৰে যে আই টি কোম্পানীয়ে বজাৰত প্ৰভাৱ পেলাই গ্ৰাহকক কিছুমান সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য কৰাইছে। সেইবাবেই সামগ্ৰীৰ দাম তুলনা কৰিব পৰা ৱেবছাইট এটাক সন্ধানৰ শীৰ্ষলৈ উঠিবলৈ দিয়া নহয়।

২০১৭ চনত ইউৰোপীয় আয়োগে গুগলক এই দম্পতীক ২৪ কোটি পাউণ্ড (২৬,১৭২ কোটি টকা) জৰিমনা ভৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু গুগলে এই নিৰ্দেশ নাকচ কৰিবলৈ অনুৰোধ জনাই “ইউৰোপীয় ন্যায়ালয়”ৰ কাষ চাপিছিল। ব্ৰিটিছ মিডিয়া বিবিচিৰ প্ৰতিবেদন অনুসৰি ছেপ্টেম্বৰ মাহত গুগলৰ আবেদন ইউৰোপৰ সৰ্বোচ্চ আদালতে খাৰিজ কৰিছিল। ইউৰোপীয় আয়োগৰ তথ্য অনুসৰি গুগলে এই জৰিমনা ধন দম্পতীহালক দিব লাগিব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am
“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

October 7, 2026 8:38 am
গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

October 7, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd